ৰাজ্য চৰকাৰে মণিপুৰৰ ভূমিস্খলনত নিহত আৰু আহত সকলৰ পৰিয়ালক সাহাৰ্য্যৰ চেক বিতৰণ কৰাৰ সময়তে আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ ওচৰৰ বৰাজোলৰ মণিপুৰৰ ভূমিস্খলনত নিহত হোৱা ৰাজু আলিৰ পৰিয়ালক মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই দুইলাখ টকাৰ সাহাৰ্য্যৰ চেক প্ৰদান কৰে৷আজি পূৱা মন্ত্ৰী গৰাকীয়ে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা সমন্বিতে একাংশ দলীয় কাৰ্য্যকৰ্তা লগত লৈ প্ৰয়াত আলিৰ গৃহত উপস্থিত হৈ তেওঁৰ পত্নীৰ হাতত চেকখন প্ৰদান কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Punjab Flood: CM Bhagwant Mann ने Flood प्रभावित Hoshiarpur का दौरा किया
Punjab Flood: CM Bhagwant Mann ने Flood प्रभावित Hoshiarpur का दौरा किया
ಮುಂದಿನ ಲೋಕಸಭೆ ಚುನಾವಣೆಗೆ ಸಂಬಂಧಿಸಿದಂತೆ ಬಿಜೆಪಿ ಅಭ್ಯರ್ಥಿಗಳ ಎರಡನೇ ಪಟ್ಟಿ ಬಿಡುಗಡೆಗೊಂಡಿದೆ.
ಮಾರ್ಚ್ 14, 2024
ಮುಂದಿನ ಲೋಕಸಭೆ ಚುನಾವಣೆಗೆ ಸಂಬಂಧಿಸಿದಂತೆ ಬಿಜೆಪಿ ಅಭ್ಯರ್ಥಿಗಳ ಎರಡನೇ ಪಟ್ಟಿ...
कांग्रेस ने लोकसभा-विधानसभा चुनावों में 585 करोड़ खर्च किए:इनमें से 410 करोड़ मीडिया कैंपेन में लगाए
लोकसभा चुनाव 2024 और आंध्र, अरुणाचल, ओडिशा, सिक्किम विधानसभा चुनाव में कांग्रेस पार्टी ने 585...