অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি তথা অগ্ৰগতি সম্পৰ্কে আজি বুজ ল’লে মন্ত্ৰী ৰনোজ পেগুৱে ৷ অসম চৰকাৰৰ হৈ মন্ত্ৰী ৰনোজ পেগুৱে অধিৱেশন খনৰ অগ্ৰগতি সম্পৰ্কে বুজ ল’বলৈ আহি আদৰণি সমিতিৰে হোৱা সৌহাদ্যপূৰ্ণ বৈঠকত আহ্বান জনালে আগন্তুক অধিৱেশন খন প্লাষ্টিক মুক্ত কৰাৰ ৷ এবাৰ ব্যৱহাৰ যোগ্য কোনো প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে অধিৱেশনৰ স্মৃতি ধৰি ৰাখিবলৈ এক বৃহৎ বৃক্ষৰোপন কাৰ্যসুচী আৰু সকলো সাহিত্যপ্ৰেমী লোকৰ আন্তৰিকতাৰে অংশগ্ৰহণ কৰিব পৰাকৈ সকলোৰে পৰা পাৰ্যমানে সহায় সহযোগিতা এই তিনিটা আহ্বান জনায় ৷ মন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি আদৰণি সমিতিৰ হৈ সভাপতি অমিয় কুমাৰ ভূঞাই পূৰ্ণ সহযোগিতা তথা কাৰ্যকৰি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ আনহাতে অধিৱেশনখনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লৈ মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰি অধিৱেশন খন সফল কৰি তোলাৰ বাবে চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও জানিবলৈ দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાધનપુર બાદરપુરા ગામમાં નંદી પર તિક્ષ્ણ હથિયાર વડે હુમલો | SatyaNirbhay News Channel
રાધનપુર બાદરપુરા ગામમાં નંદી પર તિક્ષ્ણ હથિયાર વડે હુમલો | SatyaNirbhay News Channel
रेलवे कॉलोनी क्षेत्र के सोगरिया में अधेड़ ने फांसी लगाकर की आत्महत्या पुलिस ने शव रखवाया मोर्चरी में
रेलवे कॉलोनी क्षेत्र के सोगरिया में अधेड़ ने फांसी लगाकर की आत्महत्या पुलिस ने शव रखवाया मोर्चरी...
আজিৰে পৰা কামৰূপৰ বাৰাংহাটীত দুদিনীয়াকৈ আৰম্ভ হৈছে ১৩৮তম্ শ্ৰীশ্ৰী কালীপূজা
কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ বাৰাংহাটী কালীমন্দিৰ প্ৰাংগনত আজিৰে পৰা দুদিনীয়াকৈ ১৩৮ তম...
आगामी त्यौहारों को लेकर सीएलजी सदस्यों की लि बैठक।
तालेड़ा में आगामी त्यौहारों को ध्यान में रखते हुए मेला आयोजकों और सीएलजी सदस्यों की एक महत्वपूर्ण...
ડીસા માં ધારાસભ્ય, નગરપાલિકા પ્રમુખ સહિત ની ટીમે ડમ્પિંગ સાઇટ ની લીધી રૂબરૂ મુલાકાત..
ડીસા માં ધારાસભ્ય, નગરપાલિકા પ્રમુખ સહિત ની ટીમે ડમ્પિંગ સાઇટ ની લીધી રૂબરૂ મુલાકાત..