অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি তথা অগ্ৰগতি সম্পৰ্কে আজি বুজ ল’লে মন্ত্ৰী ৰনোজ পেগুৱে ৷ অসম চৰকাৰৰ হৈ মন্ত্ৰী ৰনোজ পেগুৱে অধিৱেশন খনৰ অগ্ৰগতি সম্পৰ্কে বুজ ল’বলৈ আহি আদৰণি সমিতিৰে হোৱা সৌহাদ্যপূৰ্ণ বৈঠকত আহ্বান জনালে আগন্তুক অধিৱেশন খন প্লাষ্টিক মুক্ত কৰাৰ ৷ এবাৰ ব্যৱহাৰ যোগ্য কোনো প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনোৱাৰ লগতে অধিৱেশনৰ স্মৃতি ধৰি ৰাখিবলৈ এক বৃহৎ বৃক্ষৰোপন কাৰ্যসুচী আৰু সকলো সাহিত্যপ্ৰেমী লোকৰ আন্তৰিকতাৰে অংশগ্ৰহণ কৰিব পৰাকৈ সকলোৰে পৰা পাৰ্যমানে সহায় সহযোগিতা এই তিনিটা আহ্বান জনায় ৷ মন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি আদৰণি সমিতিৰ হৈ সভাপতি অমিয় কুমাৰ ভূঞাই পূৰ্ণ সহযোগিতা তথা কাৰ্যকৰি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ আনহাতে অধিৱেশনখনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লৈ মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰি অধিৱেশন খন সফল কৰি তোলাৰ বাবে চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও জানিবলৈ দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Delhi-NCR में प्रदूषण की स्थिति बरकरार, AQI लेवल 400 के पार | Aaj Tak Hindi News
Breaking News: Delhi-NCR में प्रदूषण की स्थिति बरकरार, AQI लेवल 400 के पार | Aaj Tak Hindi News
નવસારીમાં બોટાદના લઠ્ઠાકાંડના પડઘા, તેલાડાના ગ્રામજનોએ લીધો સ્વૈચ્છિક દારૂબંધીનો નિર્ણય
બોટાદના બરવાળામાં દારૂકાંડ બાદ નવસારીના તેલાડા ગામના લોકોએ સ્વૈચ્છિક રીતે દારૂબંધી કરવાનો નિર્ણય...
અરવલ્લી જિલ્લાના શામળાજી મંદિરની આસપાસ સફાઈ કરવામાં આવી,
અરવલ્લી જિલ્લાના શામળાજી મંદિરની આસપાસ સફાઈ કરવામાં આવી,
તળાજામાં ક્રિકેટ પ્રેમીઓએ પણ રાષ્ટ્રીય પર્વની ઉજવણી કરી કેવી રીતે?જુઓ
તળાજામાં ક્રિકેટ પ્રેમીઓએ પણ રાષ્ટ્રીય પર્વની ઉજવણી કરી કેવી રીતે?જુઓ
PGVCL માટે વાવાઝોડુ ભારે: 2500 થાંભલા ધરાશાયી
રાજકોટ-ગ્રામ્યમાં 138 થાંભલા જમીન દોસ્ત:એક ઔદ્યોગીક સહિત 100 ફીડર ફોલ્ટ
બિપોરજોય વાવાઝોડુ આજે...