মঙ্গলবাৰে লক্ষীমপুৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লক্ষীমপুৰ জিলা সমিতিৰ কৰ্মী সকল । 2 ঘণ্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যসূচীৰে ত্ৰীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে অসম চৰকাৰৰ বিৰুদ্ধে । ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক শিক্ষয়িত্ৰী নিযুক্তিৰ ব্যবস্থা কৰা, ভূমি পট্টা প্ৰদান কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, বহি ৰাজ্যত কৰ্মৰত শ্ৰমিকৰ নিৰাপত্তা নিশ্চিত কৰা, অৰুণাচলত নিহত শ্ৰমিকৰ পৰিয়ালক 5 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মী সকলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
RSS ৰ স্বৰসংঘ চালক ড° মোহন ভাগৱতৰ ভাষণ
আজি বিজয়া দশমীৰ দিনটোত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বৰসংঘ চালক মোহন ভাগৱতৰ ভাষণ
মিলন গাওঁপঞ্চায়তৰ উদ্যোগত ৭৬তম স্বাধীনতা দিৱস উদযাপন।
৭৬ তম স্বাধীনতা দিৱস দেশৰ অন্যান্য ঠাইৰ লগতে মাহমৰা সমষ্টিৰ অন্তৰ্গত মিলন গাওঁপঞ্চায়তৰ উদ্যোগত...
ग्राम पंचायतो को मॉडल ओडीएफ प्लस बनाकर बेहतर ग्राम पंचायत बनाएं - जिला कलक्टर
स्वच्छ भारत मिशन योजना की जिला स्तरीय बैठक शुक्रवार को जिला कलक्टर अक्षय गोदारा की अध्यक्षता में...
ৰঙাবাম ৰাজহুৱা প্ৰেক্ষাগৃহত কৰম সন্মিলন উদযাপন
চৰাইদেউ জিলা চাহ জনগোষ্ঠী উন্নয়ন মঞ্চৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ৰঙাবাম ৰাজহুৱা...