মঙ্গলবাৰে লক্ষীমপুৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ লক্ষীমপুৰ জিলা সমিতিৰ কৰ্মী সকল । 2 ঘণ্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যসূচীৰে ত্ৰীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে অসম চৰকাৰৰ বিৰুদ্ধে । ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক শিক্ষয়িত্ৰী নিযুক্তিৰ ব্যবস্থা কৰা, ভূমি পট্টা প্ৰদান কৰা, মূল্যবৃদ্ধি ৰোধ কৰা, বহি ৰাজ্যত কৰ্মৰত শ্ৰমিকৰ নিৰাপত্তা নিশ্চিত কৰা, অৰুণাচলত নিহত শ্ৰমিকৰ পৰিয়ালক 5 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মী সকলে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Election 2024: Maharashtra में Seat sharing को लेकर MVA में मतभेद, साथ छोड़ सकते हैं Prakash Ambedkar
Election 2024: Maharashtra में Seat sharing को लेकर MVA में मतभेद, साथ छोड़ सकते हैं Prakash Ambedkar
સાધુ સમાજના પ્રતિનિધિઓ ઉપવાસ પર
#buletinindia #gujarat #surendranagar
કોંગ્રેસ દ્વારા અપાયેલા બંધના એલાનમાં જામજોધપુર સજ્જડ બંધ
કોંગ્રેસ દ્વારા અપાયેલા બંધના એલાનમાં જામજોધપુર સજ્જડ બંધ
আজি সুধাকন্ঠ ড° ভূপেন হাজৰিকা ৰ ওপজা দিন।ৰহাতো গীত মাতে স্মৰন।
আজিবিশ্ববৰন্য শিল্পী সুধাকন্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকা ৰ ওপজা দিন সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ...
आतिशी पर बोली स्वाति मालीवाल ने हमला,कहा-आतिशी का परिवार आतंकी अफजल गुरू के लिए लड़ा
आतिशी मार्लेना दिल्ली की नई मुख्यमंत्री होंगी। अरविंद केजरीवाल ने मंगलवार को आम आदमी पार्टी (AAP)...