OC Utpal Bora Detained দৰঙৰ এগৰাকী আৰক্ষী বিষয়া আটক ।

আটক হল এগৰাকী অচি পৰ্য্যায়ৰ বিষয়া ।

বিষয়া গৰাকী বৰ্তমানৰ খাৰুপেটীয়া থানা ৰ ভাৰপ্ৰাপ্ত বিষয়া *উৎপল বৰা* ।

*দৰঙৰ ধূলা থানা ত অচি হৈ থকা সময়ত এগৰাকী চিকিৎসক আৰু এগৰাকী শিক্ষকৰ বিৰুদ্ধে JJM আঁচনিৰ পাইপ চুৰীৰ এক ভুৱা গোচৰত আটক কৰা আৰু তেওঁলোকৰ পৰা ৫ লক্ষ ধন বিচৰাৰ এটা কেচ বুলি সন্দেহ কৰা হৈছে* ।

বৰ্তমান আৰক্ষী বিষয়া উৎপল বৰাক মঙলদৈ থানাত ৰখা হৈছে ।

লগতে এইক্ষেত্ৰত আৰক্ষীৰ ফালৰ পৰা এইবিষয়ে কোনো কথা জানিব দিয়া নাই ।