সোণাৰিৰ ৰতনপুৰ চাহ বাগিচাত অঘটন।

চাহ বাগিচাৰ ভিতৰত থকা জানত পৰি শ্ৰমিকৰ মৃত্যু।

মৃত শ্ৰমিকজনৰ নাম সোনাৰাম প্ৰজা (৫১)

উল্লেখ্য যে, কিছুদিন পূৰ্বেও ৰতনপুৰ চাহ বাগিচাৰ আন দুগৰাকী লোকো বাগিচাৰ নলাত পৰি মৃত্যু হৈছিল।