অৰুণাচল প্ৰদেশত বিভিন্ন সময়ত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে এটা দুৰ্নীতি বিৰোধী দলে ইটানগৰৰ পৰা প্ৰতিবাদী পদযাত্ৰা আৰম্ভ কৰিছে নতুন দিল্লীলৈকে।আজি পদযাত্ৰা কৰি অহা প্ৰায় ২০ জনীয়া দলটি গহপুৰৰ বৰপুখুৰীত উপস্থিত হয়হি।বৰপুখুৰীৰ ৰাইজে দলটিক আদৰে আৰু দুৰ্নীতি বিৰোধী যাত্ৰাৰ সফলতা কামনা কৰে।দলটোৱে বহু কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ তুলিছে বৰ্তমান চলিত প্ৰেমা খাণ্ডু চৰকাৰ খনৰ বিৰুদ্ধে। *গহপুৰৰ পৰা ৰাজীব বৰুৱা প্ৰতিবেদন।*
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Madhya Pradesh Exit poll: मध्य प्रदेश में नतीजों से पहले BJP-Congress कर रही जीत का दावा | Aaj Tak
Madhya Pradesh Exit poll: मध्य प्रदेश में नतीजों से पहले BJP-Congress कर रही जीत का दावा | Aaj Tak
મોટા કણકોટ માં થયેલ મર્ડર ના ગુન્હા નો આરોપી ઝડપાયો
લીલીયા પો.સ્ટે.ના મોટા કણકોટ ગામે થયેલ મર્ડરનાં ગુનાનાં આરોપી ગણકર હીરુભાઇ માવીને ખાનગી બાતમીના...
જેતપુર નગરપાલિકા વોર્ડ નંબર તેમના સુધરા સભ્ય રાજીનામુ ધર્યું
જેતપુર પાલિકાના એક સદસ્યનું રાજીનામું
જેતપુરમાં ભાજપના મોટા નેતાઓ કિન્નાખોરી રાખતા...
Jharkhand Politics: लंबे इंतजार के बाद Champai Soren को मिला सरकार बनाने का न्योता, आज लेंगे शपथ
Jharkhand Politics: लंबे इंतजार के बाद Champai Soren को मिला सरकार बनाने का न्योता, आज लेंगे शपथ