জীৱন জেউতি কৃষক সংঘৰ বিনামূলীয়া চকু অস্ত্ৰোপচাৰ শিবিৰ। ঔজাৰীত জীবন জেউতী কৃষক সংঘ , পৰিবেশ সংৰক্ষন মঞ্চ পূবেৰুন যুবক সংঘৰ যৌথ উদ্যোগত ঔজাৰী মধ্য ইংৰাজী বিদ্যালয়ত গুৱাহাটী ভাঙাগড়স্থিত চেন্টাৰ ফৰ চাইটৰ বহু কেইৰাকী অভিজ্ঞ ডাক্তৰৰ উপস্থিতিত অনুস্থিত চকুৰ কেটেৰেক্ট অপাৰেচন শিবিৰত ১৫৭ গৰাকী ৰোগীক বিনামূলীয়াকৈ স্বাস্থ্য সেৱা আগবঢ়াই । শিবিৰ উদ্বোধন অনুস্থানত কৃর্তী শিক্ষক এধান বড়া , ডি আৰ ডি এ কর্মচাৰী অশোক শইকীয়া , ঔজাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্রধান শিক্ষক লোহিত চন্দ্র ডেকা, সমাজ সেবক লাচিত ডেকা, মৰিগাও জিলা সাংবাদিক সংস্থাৰ প্রাক্তন সভাপতি জগদিশ নাথ, কর্মচাৰী পৰিষদৰ সম্পাদক খগেন মহন্ত , জিলা কৃষি বিভাগৰ কণিষ্ঠ কৃষি বিষয়া দিব্যজ্যোতি হাজৰিকাকে ধৰি বহু গন্যমান্য লোক । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে চৰকাৰ অসম ভৈয়াম জনজাতি উন্নয়ন বোর্ডৰ চেয়াৰমেন ৰমাকান্ত দেউৰীয়ে । মৰিগাও জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতি প্রফুল্ল হাজৰীকাক আৰু সম্পাদক কাচেম আলিক আদৰণি জনায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પોરબંદર જિલ્લામાં ઝેરી સાપ કરડવાના બનાવમાં વધારો નોંધાયો
પોરબંદર જિલ્લામાં ઝેરી સાપ કરડવાના બનાવમાં વધારો નોંધાયો છે. એક જ અઠવાડિયામાં 14 લોકોને ઝેરી સાપ...
ગળતેશ્વર ના વણાંકબોરી થર્મલ પાવર સ્ટેશનના કામદારોનો કાળી પટ્ટી ધારણ સાથે વિરોધ પ્રદર્શન
ખેડા જિલ્લાના ગળતેશ્વર ના વણાંકબોરી થર્મલ પાવર સ્ટેશન જ્યારથી કાર્યરત થયું ત્યારથી વીજ ઉત્પાદન...
Muharram
Significance of the Festival
The Shia Muslim community mourns the demise of Hussain Ibn Ali, the...
ગાંધીનગર: ગુજરાત વિધાનસભાના ચોમાસુ સત્રની થઈ જાહેરાત.
ગાંધીનગર: ગુજરાત વિધાનસભાના ચોમાસુ સત્રની થઈ જાહેરાત.
पेरिस-दिल्ली फ्लाइट को जयपुर छोड़कर गए पायलट:ड्यूटी टाइम पूरा हो गया था, 180 से ज्यादा पैसेंजर 8 घंटे से ज्यादा परेशान होते रहे
पेरिस से दिल्ली जा रही एअर इंडिया की इंटरनेशनल फ्लाइट को पायलट जयपुर में छोड़कर चले गए। पायलट का...