গেৰজাই হত্যা তদন্ত বিচাৰি পত্নী ললিতা বৰুৱা এজাহাৰ ।
১৬আগষ্টত ঢকুৱাখনা মহকুমাৰ ন্যায়িক আদালতৰ পৰা পলায়ন কৰা গেৰজাইক ১৮আগষ্টত ঢকুৱাখনা মৰনৈ বেবেজীয়া একাংশ ৰাইজে মৰীয়াই মৰীয়াই আহত কৰা অৱশেষত ঢকুৱাখনা চিকিৎসালয়ত মৃত্যু হয়।
গেৰজাই দৰে অপৰাধীযে বাৰে বাৰে আৰক্ষী হাতত পৰা কিদৰে পলাই যাব পাৰে তাক লৈ আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন তুলিছে গেৰজাই পত্নীৰ তথা পৰিয়ালযে।