বন বিভাগত নিকা কৰা হব বুলি হুংকাৰ পাটোৱাৰীৰ।একেটা স্থানত দীৰ্ঘদিন ধৰি থকা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হব বুলিও মন্তব্য।লংকা বনাঞ্চলত এটাও গছ যাতে নাকাটে হোজাইৰ ডি এফ অক কঠোৰ নিৰ্দেশ মন্ত্ৰীৰ।হোজাইৰ ডি এফ অক মাহৰ ১৫ টা দিন কাৰ্যলয়ত আৰু ১৫ টা দিন লংকা বনাঞ্চলত থাকিবলৈ নিৰ্দেশ মন্ত্ৰীৰ।লগতে কাৰ্যলয় আৰু কামৰ সময়ত বন বিভাগৰ পোচাক নিপিন্ধা বিষয়া কৰ্মচাৰীৰ বিরুদ্ধেও কঠোৰ মন্ত্ৰী পাটোৱাৰী।ডিউটিৰ সময়ত সকলো বিষয়া কৰ্মচাৰীয়ে বিভাগীয় পোছাক লগাব লাগিব বুলিও মন্তব্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
‘અમિત શાહ સાથે રોજ ઉઠક-બેઠક છે’ કહીને 2 કરોડની કરી છેતરપિંડી
ગૃહમંત્રી અમિત શાહના નામે 2 કરોડની છેતરપિંડીનો મામલો સામે આવ્યો છે. ભ્રષ્ટાચાર સામે ભાજપની ઝીરો...
Lok Sabha Election 2024: Mumbai में PM Modi ने निकाला रोड शो, विपक्ष पर किया जमकर प्रहार | Aaj Tak
Lok Sabha Election 2024: Mumbai में PM Modi ने निकाला रोड शो, विपक्ष पर किया जमकर प्रहार | Aaj Tak
Bodoland Got Talent Session 2 Multi Talent Reality Show at Udalguri
Bodoland Got Talent Session 2 Multi Talent Reality Show at Udalguri
ક્રાઇમ બ્રાન્ચ-સુરત દ્વારા એન્ટી હ્યુમન ટ્રાફિકિંગ યુનિટ તથા મિસિંગ/અપહરણના ગુન્હાઓ બાબતે જનજાગૃતિ કાર્યક્રમ યોજાયો
ક્રાઇમ બ્રાન્ચ-સુરત દ્વારા એન્ટી હ્યુમન ટ્રાફિકિંગ યુનિટ તથા મિસિંગ/અપહરણના ગુન્હાઓ બાબતે...