বন বিভাগত নিকা কৰা হব বুলি হুংকাৰ পাটোৱাৰীৰ।একেটা স্থানত দীৰ্ঘদিন ধৰি থকা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হব বুলিও মন্তব্য।লংকা বনাঞ্চলত এটাও গছ যাতে নাকাটে হোজাইৰ ডি এফ অক কঠোৰ নিৰ্দেশ মন্ত্ৰীৰ।হোজাইৰ ডি এফ অক মাহৰ ১৫ টা দিন কাৰ্যলয়ত আৰু ১৫ টা দিন লংকা বনাঞ্চলত থাকিবলৈ নিৰ্দেশ মন্ত্ৰীৰ।লগতে কাৰ্যলয় আৰু কামৰ সময়ত বন বিভাগৰ পোচাক নিপিন্ধা বিষয়া কৰ্মচাৰীৰ বিরুদ্ধেও কঠোৰ মন্ত্ৰী পাটোৱাৰী।ডিউটিৰ সময়ত সকলো বিষয়া কৰ্মচাৰীয়ে বিভাগীয় পোছাক লগাব লাগিব বুলিও মন্তব্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
**डाबी में वीर तेजाजी की दशमी पर भव्य मेला**
तालेड़ा
तालेड़ा उपखण्ड क्षेत्र के डाबी बरड़ क्षेत्र में लोक देवता वीर तेजाजी की दशमी...
এগৰাকী আৰক্ষীৰ জোৱানৰ সাফল্যত গৌৰাৱাম্বিত অসম আৰক্ষী
এগৰাকী আৰক্ষীৰ জোৱানৰ সাফল্যত গৌৰাৱাম্বিত অসম আৰক্ষী৷ ইতিমধ্যে আৰক্ষী সঞালক প্ৰধানে টুইট কৰি...
વાઘોડિયા વેમાલી ગામે જિલ્લા આયુર્વેદિક વિભાગ દ્વારા કેમ્પનું આયોજન કરાયુ
વાઘોડિયા વેમાલી ગામે જિલ્લા આયુર્વેદિક વિભાગ દ્વારા કેમ્પનું આયોજન કરાયુ
પાલનપુર ભાજપ જિલ્લા કાર્યાલય ખાતે “અગ્રેસર ગુજરાત કેમ્પેઇન લોન્ચિંગ” ને લઈને પ્રેસ કોન્ફરન્સ યોજાઈ.
પાલનપુર ભાજપ જિલ્લા કાર્યાલય ખાતે “અગ્રેસર ગુજરાત કેમ્પેઇન લોન્ચિંગ” ને લઈને પ્રેસ...
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত উজলিল গোলাঘাটৰ এজন এঘাৰ বছৰীয়া ছাত্ৰ ৷
গোলাঘাটৰ এজন এঘাৰ বছৰীয়া ছাত্ৰই নিজৰ এক অভিনৱ প্ৰতিভা প্ৰদৰ্শন কৰি অভিলেখ সৃষ্টি...