নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত মৌৰা গাৱঁৰ মাকনী কলিতা নামৰ ৫৩ বছৰীয়া মহিলা এগৰাকীৰ আজি সৰ্পদংশনৰ ফলত চিকিৎসাধীন অৱস্থাত জি এম চি এইচত মৃত্যু হয়৷উল্লেখ্য যে যোৱা ১৮ আগষ্টত মহিলা গৰাকীক বিষাক্ত সৰ্পই দংশন কৰাৰ পিচতে নলবাৰী হস্পিতাললৈ নিয়া হয় যদিও আৰোগ্য লাভ নকৰাত জি এম চিলৈ প্ৰেৰণ কৰে৷তাতে চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
RBI ने paytm payments bank पर लिया एक्शन
RBI ने paytm payments bank पर लिया एक्शन
एसबीआई बैंक स्थापना दिवस बड़ी धूम धाम से मनाया केशवरायपाटन
एसबीआई बैंक स्थापना दिवस बड़ी धूम धाम से मनाया
केशवरायपाटन
क्षेत्र के मेहराना...
মৰাণত স্বাধীনতা দিৱস উদযাপনৰ সম্পর্কে ৰাজহুৱা সভা
চৰাইদেউ জিলা অন্তৰ্গত মৰাণ নগৰত আজি আগন্তুক ৭৬ সংখ্যক স্বাধীনতা দিৱস পালনৰ সম্পর্কে এখন ৰাজহুৱা...
Famous prolific writer and artist Bikrambir Thapa Awarded with "Kanchanjunga National Award" for the art by Nepali Sahitya Parishad Sikkim
Nepali sahitya Parishad Sikkim celebrated the 31st Nepali Bhasa Manyata Diwas at Sikkim Gangtok...