মাজুলীৰ এজন শিক্ষকে প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। মাজুলীৰ জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক তথা প্ৰকৃতিপ্ৰেমী প্ৰবীণ কুমাৰ দত্তই বিগত সময়চোৱাত আঘাতপ্ৰাপ্ত পক্ষী উদ্ধাৰ কৰি সুশ্ৰুষা কৰাৰ লগতে বিভিন্ন সময়ত খাদ্যৰ সন্ধান বা অন্য কাৰণতে হওক হাবিৰ পৰা ওলাই আহি মানুহৰ গৃহত প্ৰৱেশ কৰা বিষধৰ সাপ নিজে ধৰি নিৰাপদ স্থানত এৰি দি আহিছে। যি সময়ত একাংশ অসাধু লোকে বন্য প্ৰাণীৰ ওপৰত অবাধ ধংস চলাই আহিছে সেই সময়ত শিক্ষক গৰাকীয়ে দেখুওৱা প্ৰকৃতি প্ৰেমৰ উদাহৰণ আন বহুতৰ বাবে আদৰ্শ হৈ পৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલી જિલ્લાના વિજપડી ગામથી રેલવે સ્ટેશન સુધી રસ્તો બિસ્માર હાલતમાં
અમરેલી જિલ્લાના વિજપડી ગામથી રેલવે સ્ટેશન સુધી રસ્તો બિસ્માર હાલતમાં
વિજપડી થઈ...
শিক্ষক বদলিকৰণৰ বাতিলৰ দাবীত ঢকুৱাখনাত প্ৰতিবাদত নামিল অভিভাৱক, শিক্ষাৰ্থী
শিক্ষক বদলিকৰণৰ বাতিলৰ দাবীত ঢকুৱাখনাত প্ৰতিবাদত নামিল অভিভাৱক, শিক্ষাৰ্থী।
ঢকুৱাখনা সমষ্টিৰ...
গোলাঘাটত দিনদুপৰতে চোৰৰ সন্ত্ৰাস
গোলাঘাটত দিনদুপৰতে চোৰৰ সন্ত্ৰাস। এইবাৰৰ চোৰৰ লক্ষ্য শিক্ষানুষ্ঠান। শিক্ষানুষ্ঠানত পাঠদান চলি থকা...
कै.ल.दे. महिला महाविद्यालयात ' पोषण सप्ताहाचे उद्घाटन
परळी ,
येथील कै.लक्ष्मीबाई देशमुख महिला महाविद्यालयात गृहशास्त्र...