মৰাণত এখন গৰাকীবিহিন ৫৩ টা ঘৰুৱা ৰন্ধন গেছ ভৰ্টি ছিলিণ্ডাৰ সহ AS01HC9718 নম্বৰৰ এখন LPG কঢ়িয়াই অনা ট্ৰাক মৰাণ নাহৰণি দিহিঙ্গীয়া গাঁৱৰ পৰা মৰাণ আৰক্ষীৰ এটা দলে জব্দ কৰে। বৰ্তমান কি সন্দৰ্ভত ট্ৰাকখন দিহিঙ্গীয়া গাঁৱত গৰাকীবিহিন ভাৱে আছিল এই সন্দৰ্ভত মৰাণ আৰক্ষীয়ে তদন্ত কৰিছে। উল্লেখযোগ্য যে যোৱা কিছুদিনৰ পূৰ্বে মৰাণ আৰক্ষীয়ে নাহৰণি বৰবাম গাঁৱৰ পৰা গছ চুৰ কৰি থকা অৱস্থাত এখন ট্ৰাক জব্দ কৰিছিল। সন্দেহ ইয়াত এক বৃহত চুৰি চক্ৰৰ জড়িত থকাৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
"৬ জনগোষ্ঠী জনজাতি কৰণ বিষয়টো বিজেপিয়ে ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে" লুৰিণ জ্যোতি গগৈ
"৬ জনগোষ্ঠী জনজাতি কৰণ, বিজেপিৰ কাৰণে ৰাজনৈতিক হাথিয়াৰ " লুৰিণ জ্যোতি গগৈ
আৰম্ভ হ'ল বিংশতিতম মৰাণৰ ৰাইদঙীয়া আঞ্চলিক ৰাস মহোৎসৱ
আৰম্ভ হ'ল বিংশতিতম মৰাণৰ ৰাইদঙীয়া আঞ্চলিক ৰাস মহোৎসৱ
সোণাৰিত আৰক্ষীয়ে আটক কৰিলে আৰক্ষীক
আলফা স্বাধীনৰ লগত যোগসূত্ৰ ৰখাৰ সন্দেহত সোণাৰি আৰক্ষীয়ে আটক কৰিলে আৰক্ষী জোৱানক।
আটকাধীন আৰক্ষী...
CM ભૂપેન્દ્ર પટેલ શ્રી રવિશંકર મહારાજના આશ્રમની મુલાકાતે
#buletinindia #gujarat #anand