৯৩ দিনে কাৰাবন্দী হৈ থকা আমগুৰিৰ চামগুৰিৰ বালিপথাৰৰ যুৱক বিতুপন চাংমাই মুক্তি লাভ কৰি উপস্থিত হৈ হ’ল নিজৰ বাসগৃহত |  সামাজিক মাধ্যমত বৰ্ষাশ্ৰী বুুঢ়াাগোঁঁহাই এটা পোষ্টত কমেন কৰি গ্ৰেপ্তাৰ হৈছিল বালিপথাৰৰ বিতুপন চাংমাই | অৱশেষত দ’ল সংগঠনৰ প্ৰচেষ্টাত মুক্তি লাভ কৰিলে বিতুপন চাংমাই |