দৰঙৰ খাৰুপেটীয়া ত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত ঘেনামাৰী গাওঁৰ তাহেৰ আলীক (৫০) নিশা দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যায় লাল ঝুৰাত। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে অচিনাকী দুৰ্বৃত্তৰ দল এটাই নিশা তেওঁৰ ঘৰ লুট-পাট কৰি প্ৰায় ৩ লাখ টকা নিয়ে। দুৰ্বৃত্তৰ দলটোক চিনাক্ত কৰাৰ বাবে ঘৰৰ পৰা টানী চুচৰাই নি হত্যা কৰে ব্যক্তি গৰাকীক । হত্যাকৰি ঘেনামাৰীস্থিত লালঝুৰাত পেলাই থৈ যায় মৃতদেহ। পুৱাই মাছমৰীয়া এজনে নদীত মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে পৰিয়ালৰ লোকক । লগে লগে খাৰুপেটীয়া আৰক্ষীক খবৰ দিয়াত মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে । নিশাৰ আন্ধাৰত তাহেৰ আলীক হত্যাকৰা দুৰ্বৃত্তক অতি সোনকালে চিনাক্ত কৰি শাস্তি দিবলৈ দাবী জনাইছে পৰিয়ালৰ লোকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં આર્થિક ભીંસથી કંટાળી યુવકે આત્મહત્યા કરતાં ચકચાર
ડીસામાં ચાર સંતાનના પિતાએ ઝેરી પ્રવાહી આત્મહત્યા કરી હોવાની ઘટના સામે આવી છે. બનાવને પગલે ડીસા...
विदेश मंत्री एस जयशंकर (EAM S Jaishankar) ने सोमवार को नई दिल्ली में मालदीव के स्पीकर मोहम्मद नशीद
विदेश मंत्री एस जयशंकर (EAM S Jaishankar) ने सोमवार को नई दिल्ली में मालदीव के स्पीकर मोहम्मद...
ડ્રોન કેમેરા દ્વારા અંબાજી મેળામાં કાયદો વ્યવસ્થાની પરિસ્થિતિ પર પોલીસની ચાંપતી નજર : Video
ભાદરવી પૂનમ-૨૦૨૨ મહામેળામાં યાત્રિકોની સલામતી અને સુરક્ષા માટે પોલીસ ખડેપગે તૈનાત છે.ડ્રોન કેમેરા...
ભેમાભાઇ ચૌધરીની સેવાકીય અને સરાહનીય કામગીરી
ગુજરાત બનાસકાંઠા વિધાનસભા ચુંટણી...!!!!
સફળ આંદોલનકારી અને યુવા નેતા ભેમાભાઈ ચૌધરીની...