ডবকাৰ ভগীৰামগাওঁ, হাবিগাওঁ, হাওঁগাওঁ, মাটিখলা, গুটিগাওঁ, বুঢ়িগাওঁ ,শ্বুইচগেট এলেকাত ভয়ংকৰ পৰিস্থিতি ৷ 
কৃত্ৰিম বানৰ কৱলত ডবকাৰ এই কেইখন গাওঁ কেইখন ৷ 
কালি মাজনিশাৰ পৰা আৰম্ভ হোৱা মুষলধাৰ বৰষুনৰ ফলত পাহাৰৰ পৰা নামি অহা ধলে প্লাৱিত হয় গাওঁ কেইখন ৷ 
ভগীৰ