টিংখাঙৰ দিৰৈ নৈত সমূহীয়া মৎস্য চিকাৰৰ আনন্দ। কোনোৱে পাইছে বৰালি মাছ কোনোৱে আৰি। মুঠতে প্ৰত্যেকজন মাছমৰীয়াই দুটা তিনিটাকে বৰালি, আৰি মাছ ধৰিবলৈ সক্ষম হৈছে। কোনোজনে চাৰিটালৈকে পাইছে বৰালি মাছ। টিংখাঙৰ বিভিন্ন গ্ৰামাঞ্চলৰ ৰাইজে নিতৌ এনেদৰে প'ল মাৰি সমূহীয়াকৈ দিৰৈ নৈত মাছ মাৰে । আৰু প্ৰতিজন মাছমৰীয়াই লাভ কৰে বৰালি আৰু আৰি মাছ। এবুকু, এডিঙিলৈকে পানীত নামি পল মাৰি মাছ ধৰাৰ এক সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায় টিংখাঙৰ দিৰৈ নৈত । এতিয়াৰ পৰা খৰালি লৈকে প্ৰত্যেক বছৰে শ শ ৰাইজে এনেদৰে প'ল, জাল আদি লৈ মাছ ধৰি আনন্দ উপভোগ কৰাৰ লগতে নিজে মাছ ধৰি বৰালি, আৰি মাছৰ জুতি লগাই পৰিয়ালৰ সৈতে এসাজ উদয় পূৰাই খোৱাৰ আনন্দই সুকীয়া ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
10 महीने में 80 तबादला सूचीयां जारी , करीब 2000 अधिकारी इधर-उधर, बड़े स्तर पर प्रशासनिक सर्जरी बावजूद भी लग रहे ब्यूरोक्रेसी के हावी होने के आरोप
बूंदी। सूबे की भाजपा सरकार ने अपने 10 माह के कार्यकाल में प्रदेश की लगभग पूरी ब्यूरोक्रेसी का...
नेशनल फर्टिलाइजर्स लिमिटेड गंगानगर द्वारा लूणकरणसर कृषि विज्ञान केंद्र में किसान प्रशिक्षण कार्यक्रम का आयोजन किया ।
नेशनल फर्टिलाइजर्स लिमिटेड गंगानगर द्वारा लूणकरणसर कृषि विज्ञान केंद्र में किसान प्रशिक्षण...
গোলাঘাটৰ ফৰকাটিংৰ এখন বিদ্যালয়ৰ চৌহদত উদ্বাৰ হৈছে এজন যুৱকৰ মৃতদেহ
ফৰকাটিং হিন্দী বিদ্যালয়ৰ চৌহদত উদ্বাৰ হোৱা মৃতদেহটো এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে।ঘটনাক...