চৰাইদেউৰ দলবাগানত ৰজাদিনীয়া পুখুৰীৰ পাৰ ভাঙি ভয়ংকৰ বিপদৰ সন্মুখীন হয় ৰাইজ।আজি ৰাতি দ'লবাগান মিঠাপুখুৰী পাৰ ভাঙি পথাৰত পানী সোমাই ৰাইজৰ খেতি নষ্ট কৰাৰ লগতে কাষৰী ব্যক্তি সকলৰ বাস গৃহ প্লাবিত কৰিছে । বিদ্যূৎত খুটাও বাগৰি পৰিছে । ভয়ংকৰ বিপদৰ সম্মুখীন হৈছে নিশা স্থানীয় ব্যক্তি ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰান কুশল নগৰ নামঘৰৰ উদ্যোগত ভাগৱত শোভাযাত্ৰা ।
ডিব্ৰুগড় জিলাৰ মৰান ৰাজহ চক্ৰ বিষযা কাৰ্যালয়ৰ অন্তৰ্গত মৰান কুশল নগৰ নামঘৰৰ উদ্যোগত ভাগৱত...
Amritpal News: भगोड़ा अमृतपाल आज कर सकता है सरेंडर, तलवंडी साबो में भारी पुलिस बल तैनात
बठिंडा पुलिस द्वारा तलवंडी साबो में भारी पुलिस बल तैनात कर दिया गया है। सूचना है कि अमृतपाल यहां...
Breaking News: देवरिया में दर्दनाक हादसा, सिलेंडर में ब्लास्ट से 3 बच्चों समेत महिला की मौत | UP
Breaking News: देवरिया में दर्दनाक हादसा, सिलेंडर में ब्लास्ट से 3 बच्चों समेत महिला की मौत | UP