চৰাইদেউৰ দলবাগানত ৰজাদিনীয়া পুখুৰীৰ পাৰ ভাঙি ভয়ংকৰ বিপদৰ সন্মুখীন হয় ৰাইজ।আজি ৰাতি দ'লবাগান মিঠাপুখুৰী পাৰ ভাঙি পথাৰত পানী সোমাই ৰাইজৰ খেতি নষ্ট কৰাৰ লগতে কাষৰী ব্যক্তি সকলৰ বাস গৃহ প্লাবিত কৰিছে । বিদ্যূৎত খুটাও বাগৰি পৰিছে । ভয়ংকৰ বিপদৰ সম্মুখীন হৈছে নিশা স্থানীয় ব্যক্তি ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিশিষ্ট শিক্ষাবিদ দেৱেন দত্ত ৰ বিয়োগত গভীৰ শোক প্ৰকাশ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ।
মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ) কেন্দ্ৰীয় সমিতিৰ ৰ মুখ্য উপদেষ্টা বুবুমনী গোস্বামী,...
Kegel Exercises for Men's Sexual Health | Yatinder Singh
Kegel Exercises for Men's Sexual Health | Yatinder Singh
પેટલાદની વાલ્મીકિ શાળામાં વિદ્યાર્થીઓને માહિતગાર કરાયા
પેટલાદ શહેરમાં સાઈનાથ ચોકડી નજીક લક્કડપૂરા પાસે આવેલ વાલ્મિકી પ્રાથમિક શાળામાં શુક્રવારે બપોરે બે...
ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ ৰূপালী জয়ন্তী উৎসৱৰ প্ৰস্তুতি।
সভা অনুষ্ঠিত, উদযাপন সমিতি সহ পাঁচ খন উপ সমিতি গঠন।
ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ গৌৰৱপূৰ্ন ২৫ বৰ্ষ উপলক্ষে অহা ২৩ আৰু ২৪ডিচেম্বৰত দুই দিনীয়া...