পোন প্ৰথমবাৰৰ কাৰণে অসমৰ ইতিহাসত ইণ্টাৰনেট সেৱা বন্ধ কৰি অসম চৰকাৰৰ চতুৰ্থ শ্ৰেনীৰ পদৰ বাবে প্ৰতক্ষ্য নিযুক্তিপৰীক্ষা অনুস্থিত কৰিলে । ৰাজ্যৰ কেইবাহাজাৰ নিবনুৱাই অৱতীৰ্ন হোৱা পৰীক্ষাত সৰ্তকতা আৰু পৰীক্ষাৰ সময়ত যাতে কোনো অসুবিধা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য।ৰাখি কটকটীয়া।নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। মৰানত ৰাজ্যৰ কেবিনেট মন্ত্ৰীয়ে কয় স্বচ্ছ নিযুক্তিয়ে ৰাজ্যৰ প্ৰশাসন যন্ত্ৰটোক শক্তিশালী কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দুৰ্নীতি নাইকিয়া কৰাৰ কাৰনে কঠোৰ পদক্ষেপ ডাঙি ধৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लखनऊ: भाजपा जिलाध्यक्ष श्री कृष्ण लोधी ने सुनी जन-समस्याएं
लखनऊ। राजधानी लखनऊ के दुबग्गा आईआईएम रोड स्थित भारतीय जनता पार्टी के जिला कार्यालय पर जिलाध्यक्ष...
આઝમ ખાન ફરી જેલમાં જશે? રામપુરમાં સાક્ષીને ધમકાવવાનો આરોપ, કેસ નોંધાયો
સપાના ધારાસભ્ય અને પૂર્વ મંત્રી આઝમ ખાનની મુશ્કેલીઓ ફરી એકવાર વધી રહી છે. આઝમ પર સાક્ષીને...
जालसाजी कर ट्रक का फर्जी नामान्तरण करने वाले 03 आरोपी गिरफ्तार
जिला पुलिस अधीक्षक राजेन्द्र कुमार मीणा आई.पी.एस. ने बताया की थानाधिकारी पुलिस थाना गेण्डोली जिला...
Tarun Chugh Strongly Condemns Rahul Gandhi’s Anti-India Remarks and Divisive Politics"
Tarun Chugh, National General Secretary of the BJP, has strongly condemned the statements made by...
@माणदेश न्यूज मराठी आटपाडीतील पाणीपुरवठा सुरळीत तहसीलदार बी.एस.माने
@माणदेश न्यूज मराठी आटपाडीतील पाणीपुरवठा सुरळीत तहसीलदार बी.एस.माने