গোগামুখ উপ-বাছ আস্থান মুকলি অসম ৰাজ্যিক পৰিবহণ নিগমৰ গোগামুখস্থিত উপ-বাছ আস্থানৰ মুকলি কৰে ASTC লক্ষীমপুৰ সংমণ্ডলৰ অধীক্ষকে। দীৰ্ঘদিন ধৰি অলাগতীয়াল ভাৱে পৰি থকা বাছ আস্থানটোৰ মুকলি কৰাত আনন্দিত হৈছে গোগামুখ বাসী। এতিয়াৰে পৰা গোগামুখত নাথাকিব যান-যটৰ সমস্যা,নাথাকিব লেচীৰ ধন সংগ্ৰহ। চাৰিখনখন জিলাক সামৰি থকা গোগামুখ উপ-বাছ আস্থানটোৰ জৰিয়তে যাত্ৰী সকলে দূৰ দুৰণিলৈ যাত্ৰা কৰিবলৈ সুবিধা লাভ কৰিব। মাজুলী, ধেমাজি, লক্ষীমপুৰ, আৰু ডিব্ৰুগড়ৰ যাত্ৰী সকলে এতিয়াৰে পৰা গোগামুখ উপ-বাছ আস্থানৰ জৰিয়তে যাত্ৰা কৰিব লাগিব। অৱশ্যে ASTC এই পদক্ষেপ কিমানদুৰ সম্ভৱপৰ হ'ব সেইয়া সময়হে ক'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मौका छूट न जाए! Mahindra की इन लोकप्रिय गाड़ियों पर मिल रही 3.5 लाख रुपये तक की भारी डिस्काउंट
इस महीने महिंद्रा एक्सयूवी 400 इलेक्ट्रिक कार पर कंपनी 3.5 लाख रुपये तक की छूट दे रही है।...
শোণিতপুৰ জিলা দুৰ্যোগ প্ৰশমনৰ প্ৰধিকৰণৰ নম্বৰ মুকলি
শোণিতপুৰ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তৰফৰ পৰা জিলাখনৰ পথ-উপপথত কোনো ধৰণৰ অসুৰক্ষিতভাৱে চলি থকা...
Gold Price Today: US Dollar में कमजोरी से Gold को मिल रहा है सपोर्ट, US Fed नहीं बढ़ाएगा दरें?
Gold Price Today: US Dollar में कमजोरी से Gold को मिल रहा है सपोर्ट, US Fed नहीं बढ़ाएगा दरें?
ગટર સમસ્યા બાબતે ઊંટ પર બેસીને લોકોનો વિરોધ
Patan News: ગટર સમસ્યા બાબતે ઊંટ પર બેસીને લોકોનો વિરોધ | oppose | Gujarat News
જૂનાગઢમાં લોહાણા સમાજ દ્વારા પ્રાચીન નવરાત્રી મહોત્સવમાં નવદુર્ગા સ્વરૂપ બાળાઓને સોનાની લ્હાણી
જૂનાગઢમાં લોહાણા સમાજ દ્વારા પ્રાચીન નવરાત્રી મહોત્સવમાં નવદુર્ગા સ્વરૂપ બાળાઓને સોનાની લ્હાણી