জেহাদীৰ বিৰুদ্ধে অসম চৰকাৰক কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান জনালে ধিঙৰ এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলামে। লগতে কয়যে যদি কোনোবা জেহাদীৰ সৈতে জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰে তেন্তে অসমত তাক পুলিয়ে পোখালিয়ে উৎখাত কৰিব লাগে ।