শেহতীয়াকৈ অসম বন বিভাগত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী। কাজিৰঙাত RTI কৰ্মী দিলীপ নাথৰ সংবাদমেল।RTI ৰ জৰিয়তে লাভ কৰা তথ্য প্ৰকাশ কৰি তেও কয় অসম বন বিভাগত পৱন কুমাৰ নামৰ এজন IFS বিষয়াই আচনিৰ ধন আত্মসাৎ কৰিছে। কাজিৰঙাৰ কঁহৰাত আয়োজিত সংবাদমেলত দিলীপ নাথে কয় কিছুদিন ধৰি Assam Project Forest Biodiversity Conservation Society নামৰ এটা প্ৰজেক্ট চলি আছে।ফ্ৰান্সৰ পৰা ধন আবন্টিত এই প্ৰজেক্টৰ দ্বাৰা অসমৰ বনজ সম্পদ সুৰক্ষিত কৰিব লাগে যদিও ইয়াৰ ধনৰ বহু কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে IFS বিষয়া পৱন কুমাৰৰ বিৰুদ্ধে।উদাহৰণস্বৰূপে ১৩ লাখটকীয়া বেটাৰী চালিত গাড়ী ২৮ লাখত ক্ৰয় কৰা দেখুওৱা হৈছে। আনহাতে ১১ লাখটকীয়া ট্ৰেক্টৰ ২২ লাখত ক্ৰয় কৰা হৈছে।কেৱল যান বাহন ক্ৰয় কৰাৰ নামতে এই Assam Project Forest Biodiversity Conservation Society প্ৰকল্পৰ নামত প্ৰায় ৭০ কোটি টকাৰ কেলংকাৰী সংঘটিত হৈছে। উল্লেখ্যে যে প্ৰকল্পটোৰ সঞ্চালক পদত অধিষ্ঠিত পৱন কুমাৰৰ নেতৃত্বতে ঠিকাদাৰী ব্যৱস্থা আৰম্ভ হৈছে অসম বন বিভাগত।গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ফ্ৰান্সৰ এই প্ৰকল্পৰ বাবে অসমৰ খাটিখোৱা জনতাই ধাৰ পৰিশোধ কৰিব লাগিব। গতকে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীক তদন্তৰ দাবী জনাইছে RTI কৰ্মী দিলীপ নাথে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મધ્ય ગુજરાત ઝોનની બેસ્ટ ફિઝિક સ્પર્ધામાં હાલોલની VM કોલેજનો ખેલાડી પારસ ચૌહાણ સતત બીજી વાર ચેમ્પિયન બન્યો.
મહિસાગર જિલ્લામાં આવેલ બાલાસિનોર કોલેજ ખાતે મધ્ય ગુજરાત ઝોનના પાંચ જિલ્લા પંચમહાલ...
Winter में Blood Pressure बढ़ जाता है, डॉक्टर से जानिए क्यों और कैसे निपटें? | Sehat ep 781
Winter में Blood Pressure बढ़ जाता है, डॉक्टर से जानिए क्यों और कैसे निपटें? | Sehat ep 781
તરણેતરના મેળાનું આકર્ષણ એટલે પાઘડી અને રૂમાલથી શણગારેલી છત્રીઓ
સુરેન્દ્રનગર જિલ્લામાં આવેલ થાન, ચોટીલા, મૂળી એ વિસ્તાર "પાંચાળ" ગણાય છે. સ્કંદપુરાણ અને...
ৱাৰিৱৰ্ছ মাজুলী জিলা সমিতিৰ উদ্যোগত স্বাধীনতা দিৱস উদযাপন
সমগ্র দেশে আজি ৭৬ সংখ্যক স্বাধীনতা দিৱসটি 'আজাদী কা অমৃত মহোৎসৱ' হিচাপে উদযাপন কৰিছে। বিভিন্ন...
ગીગોલો સર્વિસની આડમાં કરી છેતરપીંડી, પોલીસે કર્યો ચોંકાવનારો ખુલાસો
દિલ્હીમાં ગીગોલો સર્વિસના બહાને છેતરપિંડી કરતી ટોળકીનો પર્દાફાશ થયો છે. આ સંબંધમાં પોલીસે 4...