চুতীয়া জাতি যুৱ সন্মিলন, অসম চৰাইদেউ জিলা সমিতিৰ উদ্যোগত মৰাণ বয়োজেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰেক্ষাগৃহত জ্ঞান অন্বেষণৰ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত সদ্যঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে।প্ৰায় শতাধিক চুতীয়া জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা এই অনুষ্ঠানত মূখ্য বক্তা হিচাপে উপস্থিত থাকে সাহিত্যিক, কৃতি শিক্ষক শতিষ চুতীয়া। লগতে কেইবাগৰাকী দল সংগঠনৰ সদস্য উপস্থিত থকা এই অনুষ্ঠানত উপস্থিত থাকে কণ্ঠশিল্পী মাধৱৰঞ্জন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰত জিলা স্বাস্থ্য সমিতিৰ পৰ্যালোচনা সভা অনুষ্ঠিত
শিৱসাগৰঃ শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয় চৌহদৰ চুকাফা সভাকক্ষত ৫ ছেপ্তেম্বৰ, শুক্ৰবাৰে জিলা...
लवकरच लातूर रोड ते बोधन मार्ग जळकोट मुखेड बिलोली रेल्वे सुरू होणार -आ.संजय बनसोडे
लातूर रोड मार्गे जळकोट मुखेड बिलोली बोधन रेल्वे मार्ग निर्माण व्हावा ही मागणी गेल्या अनेक...
ડીસા નેશનલ હાઈવે ઓથોરિટીની ગંભીર બેદરકારી ગટર ના ગંદા પાણી ઉભરાઈ રહ્યા છે રોડ પર
ડીસા નેશનલ હાઈવે ઓથોરિટીની ગંભીર બેદરકારી ગટર ના ગંદા પાણી ઉભરાઈ રહ્યા છે રોડ પર
PM Modi Nomination: नामांकन से पहले गंगा स्नान के लिए अस्सी घाट पहुंचेंगे PM मोदी | Aaj Tak
PM Modi Nomination: नामांकन से पहले गंगा स्नान के लिए अस्सी घाट पहुंचेंगे PM मोदी | Aaj Tak
યાત્રાધામ પાવાગઢમાં ભક્તોનું ઘોડાપૂર
#buletinindia #panchamahal #gujarat #news