চুতীয়া জাতি যুৱ সন্মিলন, অসম চৰাইদেউ জিলা সমিতিৰ উদ্যোগত মৰাণ বয়োজেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰেক্ষাগৃহত জ্ঞান অন্বেষণৰ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত সদ্যঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে।প্ৰায় শতাধিক চুতীয়া জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা এই অনুষ্ঠানত মূখ্য বক্তা হিচাপে উপস্থিত থাকে সাহিত্যিক, কৃতি শিক্ষক শতিষ চুতীয়া। লগতে কেইবাগৰাকী দল সংগঠনৰ সদস্য উপস্থিত থকা এই অনুষ্ঠানত উপস্থিত থাকে কণ্ঠশিল্পী মাধৱৰঞ্জন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વલભીપુરના કંથારીયા ગામે આજે વૃક્ષારોપણ કરવામાં આવ્યું હતું
વલભીપુરના કંથારીયા ગામે આજે વૃક્ષારોપણ કરવામાં આવ્યું હતું
বহু মুখ্যমন্ত্ৰী জেললৈ গৈছে... পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ পিছত মমতা বেনাৰ্জীলৈ বিজেপিৰ বাৰ্তা
বহু মুখ্যমন্ত্ৰী জেললৈ গৈছে... পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ পিছত মমতা বেনাৰ্জীলৈ বিজেপিৰ বাৰ্তা...
રોકડ અને મોબાઇલ ઝૂંટવી લેતી ગેંગના ત્રણ શખ્સોને પકડી પાડતી કોસંબા પોલીસ.
સુરત ગ્રામ્યની કોસંબા પોલીસની ટીમે ગત દિવસો દરમ્યાન બનેલ લૂંટની બે અલગ અલગ ગુનાઓનો ભેદ ઉકેલી...
Parliament Special Session: सोनिया गांधी ने ‘नारीशक्ति वंदन विधेयक’ पर मोदी सरकार को किया सपोर्ट, सरकार से एक मांग भी की
बीते दिन संसद के विशेष सत्र में महिला आरक्षण बिल को पेश किया गया था। आज बुधवार को इस बिल पर चर्चा...