নাহৰকটীয়াৰ ১৩ বছৰীয়া ছাত্ৰীৰ হত্যাকাণ্ডক লৈ আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া। আজি দীক্ষিতা গগৈৰ পিতৃ মাতৃৰ বাসগৃহত উপস্থিত হয় টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ আৰু সমগ্ৰ বিষয়টো নিন্দা কৰাৰ লগতে দিক্ষিতা গগৈৰ হত্যাকাৰীক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰিবলৈ আহ্বান জনায়।
নাহৰকটীয়াত মৃত্যু হোৱা ১৩ বছৰীয়া ছাত্ৰী দীক্ষিতা গগৈৰ ঘৰত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া।

