ধেমাজি জিলাৰ গোগামুখ চাউলধোৱা বালি গাঁৱৰ হেমাংগ বৰগোহাঁইয়ে অসম যুৱ অলিম্পিকত হাই জাম্পত স্বৰ্ণ পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ গোগামুখ চাউলধোৱা বালিগাঁৱৰ অৱসৰপ্ৰাপ্ত লাট মণ্ডল হেমচন্দ্ৰ বৰগোহাঁইৰ পুত্ৰ হেমাংগই ( ভাইটি) ১.৯০ মিটাৰ জপিয়াই শীৰ্ষ স্হান দখল কৰি স্বৰ্ণ পদক লাভ কৰে ৷ জিলাখনৰ বানিজ্যিক নগৰ গোগামুখৰ লগতে সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা হেমাংগই আগন্তুক দিনত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উন্নত খেল প্ৰদৰ্শন কৰি সফলতা লাভ কৰিবলৈ সক্ষম হব বুলি ক্ৰীড়া প্ৰেমী ৰাইজে আশা প্ৰকাশ কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
થરાદ : જુના આરટીઓ પાસે અજાણ્યા પુરુષની મળી લાશ | SatyaNirbhay News Channel
થરાદ : જુના આરટીઓ પાસે અજાણ્યા પુરુષની મળી લાશ | SatyaNirbhay News Channel
ছিপাঝাৰৰ পাথৰিঘাট ৰাজহ চক্ৰত উৎকোচ লৈ বিপদত কেৰাণী
ছিপাঝাৰৰ পাথৰিঘাট ৰাজহ চক্ৰত উৎকোচ লৈ বিপদত কেৰাণী।
কেৰাণী মনিন্দ্ৰ ডেকাই লৈছিল উৎকোচ।
EWS...
जयशंकर बोले- पाकिस्तान अपने कर्मों का फल भुगत रहा है:कहा- कई देश जानबूझकर ऐसे फैसले लेते हैं, जिनके परिणाम विनाशकारी होते हैं
विदेश मंत्री यूनाइटेड नेशंस जनरल असेंबली की 79वीं मीटिंग में पाकिस्तान पर निशाना साधा। अपने 20...
Bengaluru: मंगलुरु में छठी मंजिल से कूदकर MBBS छात्रा ने की आत्महत्या, पुलिस को कमरे से बरामद हुआ सुसाइड नोट
मंगलुरु। दिवाली के दूसरे दिन ही एक परिवार में मातम पसर गया। दरअसल, मंगलुरु के एक निजी मेडिकल...