ধেমাজি জিলাৰ গোগামুখ চাউলধোৱা বালি গাঁৱৰ হেমাংগ বৰগোহাঁইয়ে অসম যুৱ অলিম্পিকত হাই জাম্পত স্বৰ্ণ পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ গোগামুখ চাউলধোৱা বালিগাঁৱৰ অৱসৰপ্ৰাপ্ত লাট মণ্ডল হেমচন্দ্ৰ বৰগোহাঁইৰ পুত্ৰ হেমাংগই ( ভাইটি) ১.৯০ মিটাৰ জপিয়াই শীৰ্ষ স্হান দখল কৰি স্বৰ্ণ পদক লাভ কৰে ৷ জিলাখনৰ বানিজ্যিক নগৰ গোগামুখৰ লগতে সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা হেমাংগই আগন্তুক দিনত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উন্নত খেল প্ৰদৰ্শন কৰি সফলতা লাভ কৰিবলৈ সক্ষম হব বুলি ক্ৰীড়া প্ৰেমী ৰাইজে আশা প্ৰকাশ কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
The Akshay Kumar and Tiger Shroff film Bade Miyan Chote Miyan will now have an Eid 2024 release date. - Newzdaddy
The movie is anticipated to be one of the year's biggest action blockbusters and the most...
राजस्थान में सरकारी कर्मचारियों का DA 4% बढ़ा:गहलोत सरकार ने कर्मचारियों का महंगाई भत्ता 38% से बढ़ाकर 42% किया
केंद्र सरकार के बाद अब राजस्थान सरकार ने भी सरकारी कर्मचारियों और पेंशनर्स का महंगाई भत्ता (DA)...
Jaintia Hills Midday meal workers stage protest in Shillong
Jaintia Hills Midday meal workers stage protest in Shillong
भारत में शांति सम्मेलन कराना चाहता है यूक्रेन:जेलेंस्की बोले- PM मोदी से बात की
यूक्रेन के राष्ट्रपति वोलोदिमिर जेलेंस्की ने कहा है कि यूक्रेन में शांति के लिए होने वाले दूसरे...
આજે ગાંધીનગરમાં માલધારીઓનું મહાસંમેલન યોજાય ગૌમાતા માટે
આજે ગાંધીનગરમાં માલધારીઓનું મહાસંમેલન યોજાય ગૌમાતા માટે