আজি নেপালী ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত  অন্তৰ্ভুক্তহোৱাৰ৩০ সংখ্যক মান্যতাদিৱস উপলক্ষে   মৰানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মৰান আঞ্চলিক সমিতিৰ সভাপতি  গণেশ  লামাই  সদৌ অসম নেপালী ভাষী জন গণলৈ  শুভেচ্ছা জনাই।