সেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা ওদালগুৰি জিলাৰ লোক সকলৰ পুনৰ সংস্থাপনৰ বাবে আজি অসম চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়। আজি ওদালগুৰি মহাবিদ্যায়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সাহাৰ্য্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰতিকী ৰূপত সাহাৰ্য্যৰ চেক সমূহ বিতৰণ কৰে। ইয়াৰ পিছতে ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে জিলা খনৰ ১৭৭১ গৰাকী ক্ষতিগ্ৰস্তক সাহাৰ্য্য প্ৰদান কৰা বুলি জানিব দিয়ে। এই একেটা অনুষ্ঠানত অৰুণোদয় মাহৰো শুভাৰম্ভণি কৰা হয়। উক্ত অনুষ্ঠানত বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা ওদালগুৰিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী , মাজবাটৰ বিধায়ক চৰণ বড়ো , বিটিচিৰ কাৰ্য্যবাহী সদস্য ড° নিলোড স্বৰ্গিয়াৰী , দাউবৈচা বড়ো , পাৰিষদ দীপক মোড়, ফ্ৰেচ মোছাহাৰীৰ লগতে জিলা প্ৰশাসনৰ কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
येरवडा ते वाघोली दुमजली उड्डाणपुलाबाबत लवकरच निर्णय,मुख्यमंत्री एकनाथ शिंदे यांचे आश्वासन
नगर रस्त्यावरील वाहतुक कोंडी सोडविण्यासाठी येरवडा ते वाघोलीपर्यंत दुमजली उड्डाणपूल उभारण्याबाबत...
કોણે માઉન્ટ યુનમ શિખર પર રાષ્ટ્રધ્વજ લહેરાવ્યો?
#buletinindia #gujarat #news
Drugs Ke Nuqsanat Full Bayaan | Maulana Mo.Salim Biradar,,Jamiat-Ulama-E-Hind,Tarbiyat Camp
Drugs Ke Nuqsanat Full Bayaan | Maulana Mo.Salim Biradar | Jamiat-Ulama-E-Hind |Tarbiyat Camp
एकवेळ खुनाचा गुन्हा चालला असता पण...
मुंबई: मी सगळं मान्य करेन पण ३५४ (विनयभंग) मान्य करणार नाही. ३५४ आणि ३७६ यासाठी माझा जन्म नाही....
ઘરવાળાઓએ કહ્યું છે જો મુંડન કરાવશો તો ઘરમાં નહી ઘુસવા દઈએ, આવી છે ગુજરાતની મહિલાઓની સ્થિતિ
ઘરવાળાઓએ કહ્યું છે જો મુંડન કરાવશો તો ઘરમાં નહી ઘુસવા દઈએ, આવી છે ગુજરાતની મહિલાઓની સ્થિતિ