তামুলপুৰৰ নাগ্ৰিজুলীৰ বুধৰ চকত শিল বালি কঢ়িওয়া ট্ৰেকৰ দাম্পাৰৰ চলাচলক কেন্দ্ৰ কৰি উত্তেজিত জনতা।পথৰ মাজত গাড়ী ৰখাই উত্তাল হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। দিনে-নিশাই মহলৰ পৰা শিল-বালি কঢ়িয়াই অনা ট্ৰেক্টৰ দাম্পাৰক লৈ ক্ষুবিত জনতাই দাম্পৰৰ সন্মুখত সাব্যস্ত কৰিলে প্ৰতিবাদ। দাম্পাৰ আৰু ৰাইজৰ মাজত তীব্ৰ বাক বিতণ্ডা।ট্ৰেক্টৰ-দাম্পাৰৰ দৌৰাত্মত প্ৰায়ে অঞ্চলটোত দুৰ্ঘটনা সংঘটিত হৈ অহাৰ লগতে আংগনবাদী কেন্দ্ৰতো নোযোৱা হল শিক্ষার্থী-অভিযোগ কেন্দ্ৰটোৰ শিক্ষয়ত্ৰীৰ। অতি শীঘ্ৰেই নাগ্ৰিজুলি-গুৱাবাৰী পথ আৰু বুধুৰচক-অৰঙাজুলী পথত মহলৰ গাড়ী বন্ধৰ দাবীত প্ৰতিবাদ মহিলাৰ।চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰি নিশাও নদীৰ বুকুৰ পৰা শিল-বালি কঢ়িয়াই নিয়াৰ অভিযোগ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
માંગરોળ તાલુકાના દરસાલી ગામને દત્તક લેતા સાંસદ સભ્ય શ્રી રમેશભાઈ ધડુક
માંગરોળ તાલુકાના દરસાલી ગામને દત્તક લેતા સાંસદ સભ્ય શ્રી રમેશભાઈ ધડુક માંગરોળ તાલુકાના દરસાલી...
পঞ্চায়তৰ দূৰ্নীতি অনিয়মৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত ধেমাজি মহকুমাৰ ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট
ধেমাজি জিলাখনৰ বিভিন্ন পঞ্চায়তত প্ৰধানমন্ত্রী আৱাস গ্ৰাম্য যোজনা আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয়...
વાવથી સત્તા સંગ્રામ - 5.30 PM - 07.11.2022@Sandesh News
વાવથી સત્તા સંગ્રામ - 5.30 PM - 07.11.2022@Sandesh News
કોળિયાક પાંચમના મેળામાં જવા માટે ભાવનગર માં ક્યાં ક્યાં સ્થળે એસટી પિકઅપ સ્ટેન્ડ બનાવ્યા..
કોળિયાક પાંચમના મેળામાં જવા માટે ભાવનગર માં ક્યાં ક્યાં સ્થળે એસટી પિકઅપ સ્ટેન્ડ બનાવ્યા..
জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত লালুকত মটক যুৱছাত্ৰ সন্মিলনৰ প্ৰধানমন্ত্ৰী,মূখ্যমন্ত্ৰী পুত্তলিকা দাহ
জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত লালুকত মটক যুৱছাত্ৰ সন্মিলনৰ প্ৰধানমন্ত্ৰী,মূখ্যমন্ত্ৰী পুত্তলিকা দাহ