তামুলপুৰৰ নাগ্ৰিজুলীৰ বুধৰ চকত শিল বালি কঢ়িওয়া ট্ৰেকৰ দাম্পাৰৰ চলাচলক কেন্দ্ৰ কৰি উত্তেজিত জনতা।পথৰ মাজত গাড়ী ৰখাই উত্তাল হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। দিনে-নিশাই মহলৰ পৰা শিল-বালি কঢ়িয়াই অনা ট্ৰেক্টৰ দাম্পাৰক লৈ ক্ষুবিত জনতাই দাম্পৰৰ সন্মুখত সাব্যস্ত কৰিলে প্ৰতিবাদ। দাম্পাৰ আৰু ৰাইজৰ মাজত তীব্ৰ বাক বিতণ্ডা।ট্ৰেক্টৰ-দাম্পাৰৰ দৌৰাত্মত প্ৰায়ে অঞ্চলটোত দুৰ্ঘটনা সংঘটিত হৈ অহাৰ লগতে আংগনবাদী কেন্দ্ৰতো নোযোৱা হল শিক্ষার্থী-অভিযোগ কেন্দ্ৰটোৰ শিক্ষয়ত্ৰীৰ। অতি শীঘ্ৰেই নাগ্ৰিজুলি-গুৱাবাৰী পথ আৰু বুধুৰচক-অৰঙাজুলী পথত মহলৰ গাড়ী বন্ধৰ দাবীত প্ৰতিবাদ মহিলাৰ।চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰি নিশাও নদীৰ বুকুৰ পৰা শিল-বালি কঢ়িয়াই নিয়াৰ অভিযোগ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત: મોડી સાંજે ભારે ગાજવીજ સાથે વરસાદ ની શરૂઆત...વાયરલ વિડિઓ
સુરત: મોડી સાંજે ભારે ગાજવીજ સાથે વરસાદ ની શરૂઆત...વાયરલ વિડિઓ
વડી કચેરી ખંડેરાવ માર્કેટમાં સ્થાયી સમિતિની બેઠક
#buletinindia #gujarat #vadodara
ঢকুৱাখনা নাট্য বিদ্যালয়ৰ গিষ্মকালিনী নাট কৰ্মশালাৰ সফল সামৰণি
২৩দিনীয়াকৈ ঢকুৱাখনা নৰ্মাল স্কুলৰ প্ৰাংগণত অনুষ্ঠিত এই নাট কৰ্মশালাত ৮০ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে...