চোঁচৰাই চোঁচৰাই আৰক্ষীয়ে গাড়ীত উঠালে কংগ্ৰেছ নেত্ৰী অংকিতা দত্তক।

সোণাৰিত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই ক্ষোভ প্ৰকাশ কৰিলে চৰকাৰৰ বিৰূদ্ধে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোণাৰিৰ ৰাজীৱ ভৱনৰ পৰা সমদল বাহিৰ কৰিবলৈ লওঁতেই বাধা দিলে আৰক্ষীয়ে।