বৰ্তমান সময়ত বন্ধন বেংকৰ লোন লৈ গাৱঁৰ মহিলাসকলে বিভিন্ন জনে বিভিন্ন ক্ষেত্ৰত কৰ্ম সংস্কৃতিৰে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হবলৈ সক্ষম হৈছে৷ চহৰ অঞ্চলৰ লগতে গাৱঁৰ মহিলাসকলে নিজৰ ভৰিত নিজে থিয় দিবলৈ সক্ষম হৈছে। বন্ধন বেংকৰ লোন লৈ এতিয়া বিভিন্ন জনে বিভিন্ন ব্যৱসায় আৰম্ভ কৰিছে। কিছুমানে যদি টমটম,গাড়ী লৈ তথা মৎস্য আৰু বইলাৰ পালনেৰে স্বাৱলম্বী হৈছে আন কোনোৱাই আকৌ গেলামালৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱা দেখা গৈছে৷ আজি আমি আপোনালোকক আমাৰ প্ৰতিবেদনৰ মাজেৰে দেখুৱাম শূণ্যৰ পৰা স্বাৱলম্বী হোৱা কিছু মহিলাৰ স্বাৱলম্বী হোৱাৰ আৰঁৰ কাহিনী লৈ আজি আমাৰ বিশেষ প্ৰতিবেদনত।বিভিন্নজনৰ দৰে কলাবাৰী বন্ধন বেংকৰ শাখাৰ ডুবিয়া অন্তগত মিকিবৰাচুক অন্তগত বাসিন্দা কোষেশ্বৰ ভূঞাই বন্ধন বেংকৰ লোণ লৈ নিজে নিজৰ ভৰিত থিয় হোৱাৰ প্ৰয়াস কৰিছে। প্ৰথমে ১৫০০ টকাৰে লোনটো আৰম্ভ কৰিছিল তেখেতে। সেই লোনেৰে এখন ক্ষুদ্ৰ দোকান আৰম্ভ কৰিছিল আৰু এই দোকানৰ পৰাই তেওঁলোকৰ ঘৰ চলিছিল। এনেদৰেই তেওঁ লোন বৃদ্ধি কৰি পাছলৈ তেওঁৰ সেই ক্ষুদ্ৰ দোকান খন নিৰ্মাণ কৰি এখন ডাঙৰ দোকান বনাবলৈ সক্ষম হ’ল। বন্ধনৰ পৰা লোন লৈ কোষেশ্বৰ ভূঞাই নিজৰ মাটিত দুটাকৈ পুখুৰী খান্দি মৎস্য পালন কৰি স্বৱলম্বিতা নিদৰ্শন দাঙি ধৰিছে।লগতে তেওঁ এখন টমটম কিনিবলৈও সক্ষম হৈছে। কেইবাবছৰো লোনৰ টকাৰে ব্যৱসায় কৰাৰ ওপৰিও নিয়মিত কিস্তি পৰিশোধ কৰি আছে কোষেশ্বৰ ভূঞাৰ। কোষেশ্বৰ ভূঞাৰ লগতে কলাবাৰী শাখাৰ উন্নতি অভিমুখে স্বাৱলম্বী হোৱাৰ কিছু পৰিয়ালৰ বন্ধনৰ বেংকৰ প্ৰসংসা আলোপ্ৰাত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
केरल में मछली पकड़ने पर लगेगा 52 दिन का प्रतिबंध, आज आधी रात से होगा लागू
तिरुवनंतपुरम, केरल के तटीय जल में मछली पकड़ने पर 52 दिन का प्रतिबंध शुक्रवार आधी रात से लागू हो...
अवैध शराब के जखीरे पर पुलिस की बड़ी कार्रवाई
धरमपुर पुलिस की शरबी माफ़िया पर बडी कार्यवाही
58 लीटर महुआ की अवैध कच्ची शराब के...
ઉનરોટ હત્યાકાંડની તપાસ ડીવાયએસપીને સોંપવામાં આવી | SatyaNirbhay News Channel
ઉનરોટ હત્યાકાંડની તપાસ ડીવાયએસપીને સોંપવામાં આવી | SatyaNirbhay News Channel
कोटा के जगपुरा में सड़क हादसे में तीन लोगों की मौत,मां बेटे और पोते को अज्ञात वाहन ने कुचला
कोटा
कोटा के जगपुरा में सड़क हादसे में तीन लोगों की मौत,
बाइक सवार मां बेटे और पोते को अज्ञात...
अटार्नी जनरल केके वेणुगोपाल को उसके वकील के रूप में हटाने को लेकर सुप्रीम कोर्ट ने फटकार लगाई
सुप्रीम कोर्ट ने मंगलवार को महाराष्ट्र वक्फ बोर्ड द्वारा अटार्नी जनरल केके वेणुगोपाल को उसके वकील...