ৰঙিয়াত বিশাল ধৰ্মীয় শোভাযাত্ৰা । সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো শুক্ৰবাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয় । প্ৰভূ শ্ৰীকৃষ্ণৰ নামেৰে মুখৰিত হয় ৰঙিয়াৰ আকাশ বতাহ । জন্মাষ্টমী উপলক্ষে বাইক ৰেলী উলিয়াই ৷ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা বিশাল শোভাযাত্ৰাটো ৰঙিয়াৰ চোচাইটি চকৰ পৰা আৰম্ভ কৰি ৰঙিয়া চহৰ পৰিভ্ৰমণ কৰে । বাৰেৰহণীয়া শোভাযাত্ৰাটো উদ্বোধন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মঙ্গলদৈ কাছাৰী ময়দানত কাৰাটে প্ৰদৰ্শন ছাত্ৰ -ছাত্ৰীৰ সকলৰ
মঙ্গলদৈ কাছাৰী ময়দানত ৭৬ সংখ্যাক স্বাধীনতা দিৱস পালন কৰা হয়। লগতে ভক্তি মোলক নৃত্য প্ৰদৰ্শন কৰে...
विजेच्या धक्क्याने एक गाय आणि दोन बैलांचा मृत्यू@india report
विजेच्या धक्क्याने एक गाय आणि दोन बैलांचा मृत्यू@india report