দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী । দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি মৰাণ আৰক্ষী থানাৰ উদ্যোগত গাওৰক্ষী বাহিনী, শান্তি কমিতি আৰু নাগৰিক সমাজৰ সহযোগত ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে মঙলবাৰে মৰাণ নগৰত এক বিশাল মটৰ চাইকেল ৰেলী আয়োজন কৰে । এই কাৰ্যসূচীৰ জৰিয়তে মৰাণবাসী এই কাৰ্যসূচী সফল কৰিবলৈ সকলো জনতাক আহ্বান জনায় । মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু চক্ৰ পৰিদৰ্শকৰ প্ৰচেষ্টাত উলিওৱা ৰেলীটোৰ শুভাৰম্ভনি কৰে মৰাণ আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক শিদ্ধেশ্বৰ বড়োএ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગોલ્ડન ટેમ્પલ બનાવવાનો મનોરથ
#buletinindia #gujarat #ambaji
ડીસાના મુડેઠામાં યુવક ઉપર જીવલેણ હુમલો કરતાં ચકચાર
ડીસા તાલુકાના મુડેઠા ભલાણી પાટીના ધારસીંગ ચમનજી રાઠોડ ઘરે સૂતા હતા. ત્યારે સેધાજી જેણાજી રાઠોડ...
ಶಾಸಕ ಮುನಿರತ್ನ ವಿರುದ್ಧ ಅಕ್ಟೋಬರ್ 1ರಂದು ಸಂಗೊಳ್ಳಿ ರಾಯಣ್ಣ ರೈಲ್ವೆ ನಿಲ್ದಾಣದಿಂದ ಫ್ರೀಡಂ ಪಾರ್ಕ್ ವರೆಗೆ ಬೃಹತ್ ಪ್ರತಿಭಟನಾ ಜಾಥಾ ನಡೆಯಲಿದೆ ಎಂದು "ಕರ್ನಾಟಕ ರಿಪಬ್ಲಿಕನ್ ಸೇನೆ"ಯ ರಾಜ್ಯಾಧ್ಯಕ್ಷರಾದ ಪ್ರಜ್ವಲ್ ಅವರು ಮಾಧ್ಯಮಗಳಿಗೆ ಮಾಹಿತಿ ನೀಡಿದರು.
ಸೆಪ್ಟೆಂಬರ್ 28, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು 'ಸಂವಿಧಾನ ಸಂರಕ್ಷಣಾ ಮಹಾ ಒಕ್ಕೂಟ - ಕರ್ನಾಟಕ' ದ...
जितेंद्र कुमार दहायत बने समाजवादी पार्टी के जिला अहसचिव
पन्ना।
जितेंद्र कुमार दहायत बने समाजवादी पार्टी पन्ना का जिला महासचिव
समाजवादी...
Bank Nifty Struggle LIVE News | क्या बैंक निफ्टी में आज नजर आ रही है कोई Confusion? | Anuj Singhal
Bank Nifty Struggle LIVE News | क्या बैंक निफ्टी में आज नजर आ रही है कोई Confusion? | Anuj Singhal