ৰঙিয়াত বিশাল ধৰ্মীয় শোভাযাত্ৰা । সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো শুক্ৰবাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয় । প্ৰভূ শ্ৰীকৃষ্ণৰ নামেৰে মুখৰিত হয় ৰঙিয়াৰ আকাশ বতাহ । জন্মাষ্টমী উপলক্ষে বাইক ৰেলী উলিয়াই ৷ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা বিশাল শোভাযাত্ৰাটো ৰঙিয়াৰ চোচাইটি চকৰ পৰা আৰম্ভ কৰি ৰঙিয়া চহৰ পৰিভ্ৰমণ কৰে । বাৰেৰহণীয়া শোভাযাত্ৰাটো উদ্বোধন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कांग्रेस पार्टी के नवनियुक्त जिला अध्यक्ष शिवजीत सिंह भैया राजा पहुंचे ककरहटी जीतेन्द्र सिंह जाटव के नेतृत्व में पार्टी कार्यकर्ताओं ने गर्मजोशी के साथ किया स्वागत
जिला कांग्रेस कमेटी के नवनियुक्त जिला अध्यक्ष शिव जीत सिंह भैया राजा पहली बार...
बजट से पहले Corporate tax, Deficit, Disinvestment...... जैसी बजट की टर्म्स समझे| 24 ka Budget
बजट से पहले Corporate tax, Deficit, Disinvestment...... जैसी बजट की टर्म्स समझे| 24 ka Budget
ખિમાણા ગામે તેજસ્વી તારલા ઓ નો સન્માન સમારોહ યોજાયો
બનાસકાંઠા.... કાંકરેજ તાલુકાના ખીમાણા અભિનવ ભારતી વિદ્યાલય ખાતે નવમો તેજસ્વી તારલા...
"कांग्रेस न्याय यात्रा" सैकड़ों ट्रैक्टरों से सांगोद पहुंचे किसानों ने विरोध प्रदर्शन कर राष्ट्रपति के नाम सौंपा ज्ञापन
कांग्रेस विधायक व पदाधिकारियों ने भाजपा सरकार पर साधा निशाना
कोटा. गांधी व शास्त्री जयंती व...