হাজো সমষ্টিৰ কঞাঁ বৰপূল্লা গাওঁ পঞ্চায়তৰ অন্তৰ্গত পূৰ্ণখুমডুম গাৱৰ বাসিন্দা তথা পশ্চিম বড়িগোগ লহকৰপাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক মোহন চন্দ্ৰ শইকীয়া(৮৯)ৰ আজি আবেলি নিজ বাসভৱনত মৃত্যু হয়৷তেওঁৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছা পৰিছে৷৷