ডিব্ৰুগড়ৰ ফুলবাগানত আজি বিজেপি নেত্ৰী আঙুৰলতা ডেকাই আহোম জনগোষ্ঠীক ৰাজহুৱাকৈ অপমান কৰাৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদ অসম (টাইপা) ৰ ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু মৰাণ আৰু নাহৰকটীয়া মহকুমাৰ সহযোগত এক বিক্ষোভ কাৰ্যসূচী কৰে। এই বিক্ষোভ কাৰ্যসূচীত বিক্ষোভ কাৰ্যসূচীত আঙুৰলতা মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ। লগতে বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী আঙুৰলতা ডেকাক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও স্পষ্ট কৰি দিছে সংগঠনটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নলবাৰীত অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ গণ অৱস্থান ধৰ্মঘট
নলবাৰী চহৰৰ গৰ্ডন চ’কত আজি অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতৰ উদ্যোগত গণ...
তিনিচুকীয়াত যানবাহনৰ আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান
তিনিচুকীয়াত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ নিৰ্দেশত যানবাহনৰ আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে পৰিবহণ...
સિહોર મુનિ હાઈસ્કૂલ દ્વારા રમત ઉત્સવ ઉજવાયો
સિહોર એજ્યૂકેશન સોસાયટી સંચાલિત શ્રી એલ. ડી. મુની હાઈસ્કૂલમાં આજે યોજાચેલ...