ভাৰত-ভূটান আন্তৰাষ্ট্ৰীয় সীমান্তত এন কে দৰংগাত যোৱাকালি অৰ্থাৎ বৃহস্পতিবাৰে বিয়লি গুণ্ডাটেক্স নিদিয়াৰ বাবে যুৱকক উপর্যপুৰী চুৰিকাঘাট কৰে এজন যুৱকে। পৰিবহন ব্যৱসায়ৰ লগত জড়িত আচিকুৰ ৰহমান নামৰ যুৱক এজনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ সামগ্ৰী কঢ়িয়াই অনা এখন বাহন এন,কে দৰংগাত থকা শুল্ক বিভাগৰ কাৰ্যালয়ত বিভাগীয় নথি পত্ৰ পৰীক্ষা কৰি বাহন খন পঠিয়াই ওলায় আহোতেই আচিকুৰক স্থানীয় মহেশ ৰয় নামৰ এজনে ইণ্ডো ভূটান ট্ৰান্সপৰ্টৰ নামত ৫০০ টকা গুণ্ডাকৰ দাবী কৰি ব্যতিব্যস্ত কৰি তোলে।কিন্তু আচিকুৰে গুণ্ডাকৰ দিবলৈ অমান্তি হোৱাত হঠাৎ মহেশ ৰায় নামৰ যুৱকজনে এখন চুৰিৰে আচিকুৰক হত্যাৰ চেষ্টা চলাওতে হাতেৰে নিজকে ৰক্ষা কৰিব বিচৰাত যুৱকজনৰ হাতত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। আক্ৰমণ কৰিয়ে সেই স্থান পলায়ন কৰে যুৱকজন।হাতত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত আচিকুৰক স্থানীয় গৰিয়া মৰিয়া দেশী ছাত্ৰ সন্থাৰ কেইগৰাকীমান সদস্যই কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায় ।ঘটনা সন্দৰ্ভত আচিকুৰ ৰহমানে দৰংগামেলা আৰক্ষী চকীত ইতিমধ্যেই এখন এজাহাৰ দাখিল কৰিছে ৷ আনহাতে উক্ত ঘটনাৰ লগত জড়িত মহেশ ৰয় নামৰ যুৱক জনক কৰায়ত্ব কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে দৰংগামেলা আঞ্চলিক গৰিয়া মৰিয়া দেশী ছাত্ৰ পৰিষদে।ইয়াৰ পূৰ্বেও যুৱকজনে মালবাহি গাড়ীৰ পৰা গুণ্ডাটেক্স সংগ্ৰহ কৰি অহাৰ অভিযোগ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Passport नियम में बदलाव, ऑनलाइन फॉर्म भरने के बाद, 3 दिन में पहुंचेगा घर |
Passport नियम में बदलाव, ऑनलाइन फॉर्म भरने के बाद, 3 दिन में पहुंचेगा घर | #News
Osmanabad : अतिवृष्टी बाधित शेतक-यांना शंभर टक्के निधी वितरीत जिल्हाधिकारी डॉ.सचिन ओम्बासे
Osmanabad : अतिवृष्टी बाधित शेतक-यांना शंभर टक्के निधी वितरीत जिल्हाधिकारी डॉ.सचिन ओम्बासे
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
ડીસામાં મગફળીની આવકથી ઉભરાયું
બનાસકાંઠાનું સૌથી મોટું માર્કેટયાર્ડ ડીસામાં હોવાના કારણે જિલ્લાભરના ખેડૂતો ડીસા માર્કેટયાર્ડમાં...
पैठण तालुक्यातील मंजूर घरकुल चे हफ्ते दया, अन्यथा आमरण उपोषण करण्याचा पंचायत समिती ला इशारा......
पैठण तालुक्यातील मंजूर घरकुल चे हफ्ते दया, अन्यथा आमरण उपोषण करण्याचा पंचायत समिती ला इशारा......