সত্ৰ নগৰী মাজুলীত জন্মাষ্টমী পালন : আজি জন্মাষ্টমী উপলক্ষে মাজুলীৰ ৩৫ খন সত্ৰ আৰু তিনিশৰো অধিক গাঁৱৰ নামঘৰত জন্মাষ্টমী পালন কৰে ৷ হৰি নামৰ ধ্বনিত মুখৰিত মাজুলীৰ আকাশ বতাহ ৷