ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত বানে বিধ্বস্ত কৰা অঞ্চল সমুহত হ’ব পৰা ডেঙ্গু , চিকুনগুনিয়া , জাপানীজ এনকেফ্লাইটিছ , মেলেৰিয়া ফাইলেৰিয়া আদি সংক্ৰামক ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে স্বাস্থ্য বিভাগ আৰু বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ স্বাস্থ্য সেৱা সমিতিৰ উদ্যোগত ৰাজহচক্ৰটোৰ বানেগৰকা বিভিন্ন স্থানত অনুষ্ঠিত কৰা হৈছে স্বাস্থ্য সজাগতা শিবিৰ ৷ ৰাজহচক্ৰটোৰ অন্তৰ্গত পিচলা পঞ্চায়তৰ ঠাকুৰ দলনি আৰু তাঁতিবাহাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এনে দুটা স্বাস্থ্য সজাগতা শিবিৰ উদ্ধোধন কৰি বিধায়ক অমিয় কুমাৰ ভূঞাই ৰাইজক স্বাস্থ্য সম্পৰ্কে সজাগ আৰু সচেতন হবলৈ পৰামৰ্শ আগবঢ়াই ৷ সজাগতা শিবিৰত সহযোগিতা আগবঢ়োৱা চিকিৎসক , স্বাস্থ্যকৰ্মী আৰু বিজেপি দলৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चलो जरा संभल के कठिन है डगर पनघट की
यह है बूंदी की जनता। खोजा गेट पर कुछ दिन पहले मोटरसाइकिल सहित युवक गिरा था और शुक्रवार को खुद कार...
29 September 2022
পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত বিজ্ঞান আৰু বানিজ্য বিভাগ সংযোজন হব
আজি হাজো সমষ্টিৰ অন্তৰ্গত পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ যায়৷দিনৰ...
પાણીગેટ વિસ્તારમા બનેલ બનાવ માં DCP પર પેટ્રોલ બોમ્બ નાખનાર આરોપીને સાથે રાખી રિકન્સટ્રકશન કરાયુ
પાણીગેટ વિસ્તારમા બનેલ બનાવ માં DCP પર પેટ્રોલ બોમ્બ નાખનાર આરોપીને સાથે રાખી રિકન્સટ્રકશન કરાયુ
बाइक फिसलने से तीन युवक घायल समुदाय स्वास्थ्य केंद्र गुनौर में इलाज जारी
गुनौर : एफआरवी स्टाफ ने जानकारी देते हुए बताया की मौके पर गए कॉलर व...
*मा.उपमुख्यमंत्री उपस्थितीत ई-बस स्टेशन उद्घाटन समारंभ,स्थळ-पुणे स्टेशन बस डेपो,पुणे येथे संपन्न*
*मा.उपमुख्यमंत्री उपस्थितीत ई-बस स्टेशन उद्घाटन समारंभ,स्थळ-पुणे स्टेशन बस डेपो,पुणे येथे संपन्न*