ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত বানে বিধ্বস্ত কৰা অঞ্চল সমুহত হ’ব পৰা ডেঙ্গু , চিকুনগুনিয়া , জাপানীজ এনকেফ্লাইটিছ , মেলেৰিয়া ফাইলেৰিয়া আদি সংক্ৰামক ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ বাবে স্বাস্থ্য বিভাগ আৰু বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ স্বাস্থ্য সেৱা সমিতিৰ উদ্যোগত ৰাজহচক্ৰটোৰ বানেগৰকা বিভিন্ন স্থানত অনুষ্ঠিত কৰা হৈছে স্বাস্থ্য সজাগতা শিবিৰ ৷ ৰাজহচক্ৰটোৰ অন্তৰ্গত পিচলা পঞ্চায়তৰ ঠাকুৰ দলনি আৰু তাঁতিবাহাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এনে দুটা স্বাস্থ্য সজাগতা শিবিৰ উদ্ধোধন কৰি বিধায়ক অমিয় কুমাৰ ভূঞাই ৰাইজক স্বাস্থ্য সম্পৰ্কে সজাগ আৰু সচেতন হবলৈ পৰামৰ্শ আগবঢ়াই ৷ সজাগতা শিবিৰত সহযোগিতা আগবঢ়োৱা চিকিৎসক , স্বাস্থ্যকৰ্মী আৰু বিজেপি দলৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
यूएई में भारतवंशी डॉ. जॉर्ज मैथ्यू के नाम पर रखा गया सड़क का नाम, स्वास्थ्य क्षेत्र में दिया महत्वपूर्ण योगदान
दुबई। संयुक्त अरब अमीरात (यूएई) की राजधानी अबू धाबी में एक सड़क का नाम भारतीय मूल के 84...
কাকজানত নলা খন্দাৰ বিপৰীতে পথাৰত থকা নলাত জাৱৰৰ দম,বোকাময় মাটিত পেলাই থোৱাৰ অভিযোগ।
কাকজানত নলা খন্দাৰ বিপৰীতে পথাৰত থকা নলাত জাৱৰৰ দম,বোকাময় মাটিত পেলাই থোৱাৰ অভিযোগ।
DMK MP Comment: सेंथिल के गोमूत्र वाले बयान पर बड़ी खबर, लोकसभा अध्यक्ष से मांगेंगे मांफी | Latest
DMK MP Comment: सेंथिल के गोमूत्र वाले बयान पर बड़ी खबर, लोकसभा अध्यक्ष से मांगेंगे मांफी | Latest