আজি পুৱতি নিশা দলগাৱঁৰ বেছিমাৰীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই । জানিব পৰা মতে, আজি পুৱতি নিশা সুত্ৰপাত হয় এই ভয়ংকৰ জুইৰ ৷ নিমিষতে জুয়ে আৱৰি ধৰে ৯ খনকৈ দোকান ৷ ক্ষন্তেক সময়ৰ ভিতৰতে দুখন হোটেল, চাইকেলৰ দোকান, গেলামালৰ দোকান, কাপোৰৰ দোকানকে ধৰি ৯ খনকৈ দোকান সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় ৷ দোকান কেইখনত থকা আনুমানিক ৫০ লক্ষাধিক টকাৰ সা সম্পত্তি নিমিষতে জ্বলি শেষ হৈ যায় বুলি জনাই ব্যৱসায়ী সকলে ৷ তিনি খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰা হয়। ঘটনা সন্দৰ্ভত ভুক্তভোগী ব্যৱসায়ী সকলে চৰকাৰৰ ফালৰ পৰা উপযুক্ত ক্ষতিপূৰণ বিচাৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें खरीदारी
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें...
হাতীৰ মাউত হিচাবে কাকপথাৰৰ পৰা অৰুণাচলৰ ইটানগৰলৈ কাম কৰিবলৈ যোৱা লেহোক মৰাণ সন্ধানহীন
হাতীৰ মাউত হিচাবে কাকপথাৰৰ পৰা অৰুণাচলৰ ইটানগৰলৈ কাম কৰিবলৈ যোৱা কাকপথাৰৰ লেহোক মৰাণ সন্ধানহীন
श्रीलंका में कैद 21 भारतीय मछुआरों की घर वापसी, कोलंबो की जेल से रिहा होकर चेन्नई हवाई अड्डा पहुंचे
Indian fishermen released श्रीलंका की जेल में कैद 21 भारतीय मछुआरों की आज घर वापसी हो...
ED ने Ashok Gehlot के बेटे Vaibhav Gehlot को भेजा समन, विपक्ष के नेताओं ने सरकार को घेरा | Aaj Tak
ED ने Ashok Gehlot के बेटे Vaibhav Gehlot को भेजा समन, विपक्ष के नेताओं ने सरकार को घेरा | Aaj Tak
अब्दुल सत्तार यांना पदमुक्त करणार का? आदित्य ठाकरेंचा सवाल
औरंगाबाद : राज्याचे कृषीमंत्री अब्दुल सत्तार यांनी राष्ट्रवादी काँग्रेसच्या खासदार सुप्रिया सुळे...