বোকাখাত আৰক্ষীয়ে ১৮ আগষ্ট গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখী AS05 - C9100 নম্বৰ নামবৰ বাছৰ পৰা এজন ড্ৰাগছ সৰবৰহকাৰীক আটক কৰে। গোপন সূত্রে খবৰ পাই বাছখনৰ ২৬ নম্বৰ আসনত বহি অহা নুমলীগড ধোদাং গাঁৱৰ গৌতম বাঢ়ৈ নামৰ লোকজনক কৰায়ত্ত কৰে। তেওঁৰ পৰা ১৩ গ্ৰাম হিৰইন, চিৰিঞ্জ, দুটা খালী কন্টেইনাৰ, দুটা আইফোন, ড্ৰাগছ কঢিয়াই নিয়া বাকচ আদি উদ্ধাৰ কৰে। আৰক্ষী লোকজনক জেৰা অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
10 हजार रुपये की Down Payment के बाद घर ला सकते हैं TVS Radeon बाइक, पढ़ें पूरा फाइनेंस प्लान
भारत की प्रमुख दो पहिया वाहन निर्माता TVS की ओर से एंट्री लेवल बाइक सेगमेंट में Radeon को ऑफर...
Daily योग / Yoga - Ghar Se | Shilpa Shetty Yoga
Daily योग / Yoga - Ghar Se | Shilpa Shetty Yoga
Vaccines For Children: छोटे बच्चों को जरूर लगवाएं ये 7 टीके, तो दूर रहेंगी ये खतरनाक बीमारियां
Vaccines For Children: मां बनना हर महिला के जीवन का महत्वपूर्ण पड़ाव होता है। पूरे नौ महीने एक...
AAJTAK 2| MISSON RANIGANJ | AKSHAY KUMAR | DIMPLE KAPADIYA | SCREENING | AT 2
AAJTAK 2| MISSON RANIGANJ | AKSHAY KUMAR | DIMPLE KAPADIYA | SCREENING | AT 2
কোন কোন কংগ্ৰেছী বিধায়ক আহিব বিজেপি-অগপলৈ ! কলে বিধায়ক ৰূপজ্যুতি কুর্মীয়ে
কোন কোন কংগ্ৰেছী বিধায়ক আহিব বিজেপি-অগপলৈ ! কলে বিধায়ক ৰূপজ্যুতি কুর্মীয়ে ।।