বোকাখাত আৰক্ষীয়ে ১৮ আগষ্ট গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখী AS05 - C9100 নম্বৰ নামবৰ বাছৰ পৰা এজন ড্ৰাগছ সৰবৰহকাৰীক আটক কৰে। গোপন সূত্রে খবৰ পাই বাছখনৰ ২৬ নম্বৰ আসনত বহি অহা নুমলীগড ধোদাং গাঁৱৰ গৌতম বাঢ়ৈ নামৰ লোকজনক কৰায়ত্ত কৰে। তেওঁৰ পৰা ১৩ গ্ৰাম হিৰইন, চিৰিঞ্জ, দুটা খালী কন্টেইনাৰ, দুটা আইফোন, ড্ৰাগছ কঢিয়াই নিয়া বাকচ আদি উদ্ধাৰ কৰে। আৰক্ষী লোকজনক জেৰা অব্যাহত ৰাখিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઉપલેટા : અવાર-નવાર યૌન શોષણ અને જાતિ હેરાનગતિ અંગે મામલતદારને આવેદનપત્ર | SatyaNirbhay News Channel
ઉપલેટા : અવાર-નવાર યૌન શોષણ અને જાતિ હેરાનગતિ અંગે મામલતદારને આવેદનપત્ર | SatyaNirbhay News Channel
शिवनेरी महाविद्यालय येथे शिक्षक दिन मोठ्या उत्साहात साजरा
पालम आज दिनांक रोजी शिवनेरी कनिष्ठ व वरिष्ठ महाविद्यालयात शिक्षक दिन उत्साहात साजरा करण्यात...