তেজপুৰৰ ৰজা বাণে তেওঁৰ কন্যা ঊষাক সুৰক্ষত কৰি ৰাখিবৰ বাবে এই গড়টো নিৰ্মাণ কৰিছিল বুলি জনবিশ্বাস আছে।ইয়াতে ঊষাৰ ও ঘৰ বা মেহেল আছিল বুলি সকলোৱে কবলৈ বিচাৰে।ঊষাৰ সপোনৰ প্ৰেমিক অনিৰুদ্ধক ইয়াতেই বন্দী কৰি থইছিল বুলিও বিশ্বাস কৰে।কিন্তু এই সৰু টিলাটোক অগ্নিগড় বুলি কোৱা হৈছে যদিও সম্পুৰ্ণ নগৰখনকেই অগ্নিগড় বুলি কোৱা হৈছিল বুলি এক জনবিশ্বাস আছে। তাৰউপৰিও অনিৰুদ্ধক বন্দীত্বৰ পৰা উদ্ধাৰ কৰিবলৈ তশ্ৰীকৃষ্ণ আৰু সৈনিক সকলে যুদ্ধ যাত্ৰা কৰি আহি শোণিতপুৰত(এটিয়াৰ)প্ৰৱেশ কৰি বাণনগৰীৰ চাৰিউফালে অগ্নিৰ বিশাল বিশাল বেৰ দেখি আচৰিত মানিছিল পাছত বাণ নগৰত প্ৰৱেশ কৰাৰ কোনো পথ সুৰুঙা নেদেখি শেষত গৰুড়ৰ দ্বাৰা অগ্নি নিৰ্বাপণ কৰিহে নগৰত প্ৰবেশ কৰিছিল বুলি মহাভাৰতত উল্লেখ আছে(হৰিবংশ বিষ্ণুপৰ্বত)।এই সকলো তথ্যৰ পৰা অনুমান কৰিব পাৰি যে বাণৰজাৰ সম্পুৰ্ণ নগৰখনকেই অগ্নিগড় বুলা হৈছিল।১৯২৮ চনত তেজপুৰ পৌৰসভাৰ পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাদেৱে ব্ৰহ্মপুত্ৰৰ পাৰত থকা এই সৰু পাহাৰযেন টিলাটোত এখনি উদ্যান নিৰ্মাণ কৰে পিছলৈ পদ্মপাৰ্ক নামৰে জনাজাত হৈছিল কালক্ৰমত এই টিলাটোৱে অগ্নিগড় ৰূপে পৰিচিত হৈ পৰিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અકીકની બે ફેકટરીમાં તસ્કરો ત્રાટક્યા ! 1.80 લાખની મત્તાની ચોરી..
ખંભાત શહેરમાં રાહધારી જેલ નજીક આવેલી અકીકની બે ફેકટરીમાં કોઈ ચોર શખ્સો અકીકના અલગ અલગ તૈયાર થયેલ...
Bjp Candidate: Karshanbhai Solanki, મધ્યસ્થ કાર્યાલય Ex DyCm Nitinbhai patel કર્યું ઉદ્દઘટન| Dpnews
Bjp Candidate: Karshanbhai Solanki, મધ્યસ્થ કાર્યાલય Ex DyCm Nitinbhai patel કર્યું ઉદ્દઘટન| Dpnews
AIMIM પાર્ટી દ્વારા દલિત,મુસ્લિમ આગેવાનો ની છાપી ખાતે મિટિંગ યોજાઈ .....
AIMIM પાર્ટી દ્વારા દલિત,મુસ્લિમ આગેવાનો ની છાપી ખાતે મિટિંગ યોજાઈ .....