নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত অসম অৰুনাচল সীমান্তৱৰ্তী দ্ৰোপাং নৈত সৃষ্টি হোৱা খহনীয়া ৰোধত নামি পৰিছে স্থানীয় ৰাইজ ৷ দ্ৰোপাংৰ অনিৰুদ্ধ সেতু উত্তৰ দিশত নিচেই কাষত সৃষ্টি হৈছে তীব্ৰ খহনীয়া ৷ অবৈধ ভাৱে অব্যাহত থকা শিল বালিৰ খনন কাৰ্যৰ বাবে খৰস্ৰোতা নৈখনে গতি পথ সলনি কৰি কাষলৈ বৈ অহাৰ বাবে সৃষ্টি হৈছে খহনীয়া ৷ স্থানীয় ৰাইজৰ মাটি ভেটি খহনীয়াৰ কবলত পৰাৰ আংশকাত ৰাইজে খহনীয়া ৰোধৰ বাবে নামি পৰিছে ৷ বাঁহৰ জেং জাবৰ দি খহনীয়া ৰোধৰ চেষ্টা কৰিছে যদিও সেয়া যথোপযুক্ত নহয় ৷ ৰাইজে জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কক খহনীয়া ৰোধৰ বাবে আবেদন নিবেদন কৰিও কোনো সুফল নোপোৱাৰ অভিযোগ ৷ ৰাইজৰ দাবী চৰকাৰে শীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ লগতে অবৈধ শিল বালিৰ খনন বন্ধ কৰক ৷ অন্যৰ্থা খহনীয়াত বৃহত্তৰ একোটো অঞ্চল জাহ যোৱাৰ লগতে দ্ৰোপাংৰ ওপৰৰ অনিৰুদ্ধ সেতুলৈ অশনি সংকেত কঢ়িয়াই আনিব বুলি আশংকা কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আজি দেউৰীসকলৰ বহাগ বিহুৰ উৰুকা
ভুমিপুত্ৰ দেউৰীসকলক আজি বহাগ বিহু উৰুকা ৷ পৰম্পৰা ৰীতি নীতি অনুসৰি বহাগ মাহৰ প্ৰথমটো...
Ashish Verma के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
Ashish Verma के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
SBI के ग्राहक हैं तो इस मैसेज से हो जाएं अलर्ट, नहीं तो गायब हो सकते हैं खाते से सारे पैसे
नई दिल्ली, बिजनेस डेस्क: देश की सबसे बड़ी सरकारी बैंक भारतीय स्टेट बैंक (एसबीआई) के ग्राहकों...
ৰাজ্যৰ চৰকাৰী চিকিৎসকৰ বাবে সুখবৰ; ৭০ লৈ বৃদ্ধি অৱসৰৰ সময়সীমা
আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও...